Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 February, 2022 11:24 AM IST
Health Benefit of Boil Rice

Boil Rice: উহৱা চাউল আমাৰ সকলোৰে পৰিচিত চাউল । আমি ধান উহাই ৰ’দত শুকুৱাই এই উহৱা চাউল প্ৰস্তুত কৰো । উহৱা চাউলৰ ভাতটো ডাঙৰ হোৱাৰ বাবে বহুতেই খাব নিবিচাৰে যদিও পৰিশ্রম কৰা লোকসকলৰ বাবে এই চাউলৰ ভাত অতি প্রিয় । কিয়নো উহৱা চাউলত প্রচুৰ পৰিমাণে পুষ্টি পোৱা যায় । লগতে গুণগত দিশৰ পৰা উহৱা চাউল আন চাউলতকৈ উচ্চমানৰ

উহৱা চাউল আমি কিয় খাব লাগে! উহৱা চাউলৰ উপকাৰিতা সমূহ কি কি -

  • উহৱা চাউল ডায়বেটিছ ৰোগীৰ বাবে অতি উপকাৰী।

  • ডায়েৰীয়া, পেটচলা, পেটৰ সমস্যা থকা ৰোগীৰ বাবে এই উহৱা চাউল খোৱাটো প্রয়োজনীয় বুলি কোৱা হয়৷

  • ইয়ৰোপৰি উহৱা চাউলৰ ভাত সদায় খালে ৰক্তহীনতা দূৰ হয়।

  • উহৱা চাউলে হাড়, দাঁতৰ গঠন মজবুত কৰে।

  • উখুৱা চাউলৰ ভাত খালে দেহৰ হজম শক্তি বৃদ্ধি হয়।

  • বিশেষজ্ঞ সকলৰ মতে অৰ্শ ৰোগী সকলে উহৱা চাউল খোৱা নিতান্ত প্রয়োজনীয়।

  • থাইৰয়ড থকা লোকে উহৱা চাউলৰ ভাত খাব পাৰে, তেনে ৰোগীক যথেষ্ট উপকাৰ কৰিব কৰে।

  • তাৰোপৰি আপুনি যদি মেদবহুলতা কমাবলৈ বিচাৰে তেন্তে উহৱা চাউল অতি উত্তম বিবেচনা কৰিব পাৰে।

  • উহৱা চাউলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

  • উহৱা চাউল গেষ্টিক থকা লোকৰ বাবেও যথেষ্ট উপকাৰী।

  • উহৱা চাউলে আমাৰ দেহৰ পাচন কাৰ্য্যত যথেষ্ট সহায় কৰে আৰু ক্ষীপ্র কৰি তোলে।

  গতিকে চাওক আপুনি খাই বেয়া পোৱা উহৱা চাউল আমাৰ দেহৰ বাবে কিমান উপকাৰী।

 লগতে  পঢ়কঃ চুলি, দাঁত আৰু ছালৰ বাবে নিম পাত ব্যৱহাৰৰ বিভিন্ন উপায় সম্পৰ্কে জানক                                                             

English Summary: Health Benefit of Boil Rice
Published on: 24 February 2022, 11:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now