Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 February, 2022 1:52 PM IST
Health Benefit of Black Pepper

জালুকত (Black Pepper) পেপাৰইন থাকে । ইয়াৰ এণ্টি-ডিপ্ৰেচেণ্ট গুণাগুণ আছে । যাৰ বাবে জালুকে মানুহক উত্তেজনা আৰু হতাশাৰ পৰা সকাহ দিয়ে।

সু-স্বাস্থ্য বজাই ৰখাৰ বাবে গৰম পানী (Hot Water) উপকাৰী । গৰম পানীৰে জালুক (Black Pepper) খোৱাৰ ফলত কাহ আৰু চৰ্দিৰ দৰে বহুতো সমস্যা নাইকিয়া হয়। একেসময়তে মৌৰ (Honey) সৈতে জালুকৰ গুৰি খালে ডিঙিৰ বিষ উপশম হয় । জালুকৰ ব্যৱহাৰে শৰীৰটো সুস্থ ৰখাৰ লগতে ইয়ে কাহ আৰু চৰ্দিৰ দৰে ৰোগৰ পৰা আঁতৰাই ৰাখে ।

গৰম পানীৰ সৈতে জালুক খালে যথেষ্ট লাভালাভ হ'ব, জানি লওক...

হতাশাৰ পৰা সকাহ দিয়ে

জালুকত (Black Pepper) থকা এণ্টি-ডিপ্ৰেচেণ্ট গুণাগুণে মানুহক উত্তেজনা আৰু হতাশাৰ পৰা সকাহ দিয়ে । গ্ৰীষ্মকালত জালুক খোৱা হ্ৰাস কৰিব লাগে।

গেছৰ ৰোগ নাইকিয়া কৰে

যিসকল লোকৰ গেছ সদৃশ ৰোগ আছে আৰু গোটেই দিনটো জ্বলা পোৰা হয় তেওঁলোকে সকলো সময়তে খালী পেটত জালুক চোবাব লাগে আৰু কুহুমীয়া গৰম পানী খাব লাগে । ইয়াৰ ব্যৱহাৰে আপোনাৰ গেছ সমস্যাৰ পৰা বহু পৰিমাণে সকাহ দিয়ে ।

ভাগৰ উপশম কৰে

প্ৰায়ে ভাগৰুৱা লোকসকলে ৰাতিপুৱা খালী পেটত গৰম পানীৰে ২-৩ জালুক বা গোলমুৰিচ খাব লাগে, যি আপোনাৰ মন স্বাস্থ্যৱান ৰাখিব আৰু আপোনাক ভাগৰুৱা নকৰিব ।

্বৰৰ বাবে ভাল

সাধাৰণ জ্বৰ হলে আধা চামুচ জালুক গুৰি একাপ গৰম গাখীৰৰ সৈতে মিশ্ৰণ মিহলি কৰি ৩ বাৰ পান কৰিলে জ্বৰ ভাল পোৱা যায় ।

ফিট থাকে

জালুক (Black Pepper) শৰীৰত চৰ্বি জমা হোৱা প্ৰতিহত কৰে । ই আপোনাৰ বিপাক উন্নত কৰি কেলৰি প্ৰদানত সহায় কৰে ।

পেটৰ সমস্যা দূৰ কৰে

স্বাস্থ্যৱান শৰীৰ এটাৰ বাবে খাদ্যনলীত স্বাস্থ্যৱান হৈ থকাটো অতি গুৰুত্বপূৰ্ণ । স্বাস্থ্যকৰ খাদ্যনলী মানে হৈছে পৰিষ্কাৰ আৰু ডিটোক্সিফাইড পাকস্থলী । অৱশ্যে, এই জালুকে (Black Pepper) শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ আৰু ৰাসায়নিক পদাৰ্থ আঁতৰ কৰে । ই হজম উন্নত কৰাৰ লগতে ই পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে ।

বিদ্ৰঃ ইয়াত প্ৰদান কৰা তথ্য কোনো চিকিৎসা পৰামৰ্শৰ বিকল্প নহয়। এইটো কেৱল শিক্ষাৰ উদ্দেশ্যৰ বাবে দিয়া হৈছে।

লগতে পঢ়কঃ কাহঁৰ পাত্ৰত পানী খোৱাৰ লাভালাভ কি জানক, এই প্ৰবন্ধত সম্পূৰ্ণ তথ্য

English Summary: Health Benefit of Black Pepper
Published on: 21 February 2022, 01:52 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now