Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 30 December, 2020 3:10 PM IST
Solar Dryer

আজিকালি Solar drierৰ সহায়ত বিজ্ঞানসন্মতভাৱে মাছ শুকুৱাব পাৰি। সম্পূৰ্ণ বন্ধ অৱস্থাত বাহিৰৰ ধূলি-মাকতিৰ পৰা মুক্ত কৰি ৰাখি মাছ শুকালে মাছৰ বজাৰ চাহিদা বেছি হয়। এনে Solar drierত কেইবাখনো প্লেট থাকে আৰু মাছৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এইবাৰতে ৫০ কিঃ গ্ৰাঃ, ১০০ কিঃ গ্ৰাঃ, ২৫০ কিঃ গ্ৰাঃ মাছ শুকাব পৰা দ্ৰায়াৰ বজাৰত উপলব্ধ হৈছে। ইতিমধ্যে সাগৰীয় উপকূলৰ মাছমৰীয়াসকলে Solar drierত মাছ শুকোৱা প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি লাভৱান হৈছে।

এই সন্দৰ্ভত বিস্তৃত জানিবৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে-

Teewave Technologies

167/A, phase-II, IDA Cherlapally

Hyderabad-51, Phone No. 098499-96309                       

(উৎসঃ অসমীয়া খবৰ)          

English Summary: Solar Dryer for drying fish
Published on: 24 June 2019, 12:33 IST