
সোণৰ চামুচ লৈ জন্মগ্ৰহ নকৰা প্ৰতিটো সফলতাৰ কাহিনীৰ আঁৰত সংঘৰ্ষ, অধ্যৱসায়, ত্যাগ, কঠোৰ পৰিশ্ৰম আদি জড়িত হৈ থাকে। তাৰ মাজতে থাকে কোনো হৃদয়ৱানৰ এখন অদৃশ্য হাত। যিয়ে বাট দেখায় সফলতাৰ, কিবা এটা কৰাৰ। আজি আমি এই লেখাত ৰাজস্থানৰ এটা দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালৰ সফলতা আৰু তেওঁলোকৰ সফলতাত মহিন্দ্ৰা টেক্টৰছৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিম।
ৰাজস্থানৰ সেই পৰিয়ালটোৰ আজিও মনত আছে। এটা সময়ত তেওঁলোকে ৰাতিৰ ভাত সাঁজ কেনেকৈ যোগাৰ কৰিব পাৰি তাক লৈ দিনৰ ভাগত চিন্তা কৰিব লগা হৈছিল। কোনো সামাজিক অনুষ্ঠান বা ফুৰিবলৈ যাবলৈ হ’লে পৰিয়ালটোৰ মুৰব্বীজনে আনৰ কাপোৰ পিন্ধি যাব লগা হৈছিল। দৰিদ্ৰতাই তেওঁলোকক সকলো সময়তে প্ৰাচীৰ হৈ থিয় দিছিল। কিন্তু তেওঁলোকে হাৰ নামানি দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙিলে অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু মহিন্দ্ৰা টেক্টৰে।
দৰিদ্ৰতাৰ বেহুৰ পৰা মুকলি হোৱা মানসেৰে এখন টেক্টৰ ক্ৰয় কৰা চিন্তা কৰিলে। সেই চিন্তাক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে পৰিয়ালটোৰ মূৰব্বীৰ মাক আৰু পত্নীৰ যি সোণৰ গহনা আছিল সেই গহনাক বন্ধকত দি এখন মহিন্দ্ৰা কোম্পানীৰ এখন টেক্টৰ ক্ৰয় কৰে লগত এটা থ্ৰেচাৰ। টেক্টৰ কিনাৰ যি সিদ্ধান্ত পৰিয়ালটোৱে গ্ৰহণ কৰিলে সেই সিদ্ধান্তই তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন আনিলে। টেক্টৰে তেওঁলোকে অধিক মাটিত খেতি কৰিবলৈ ধৰিলে। পথাৰৰ কামবোৰ সহজ হৈ পৰিল। টেক্টৰখন হোৱাৰ বাবে সকলো সময়তে তেওঁলোকে প্ৰয়োজনীয় কামবোৰ নিজ ইচ্চামতে কৰিবলৈ পৰা হ’ল। ফলত তেওঁলোকৰ উপাৰ্জন দিনে দিনে ভাল হ’বলৈ ধৰে।
লগতে পঢ়ক-
কঠোৰ পৰিশ্ৰম নহয় মহিন্দ্ৰা 605 NOVO টেক্টৰ ক্ৰয় কৰক সহজে কাম সমাধান কৰক

পৰৱৰ্তী সময়তে তেওঁলোকে ১৯৯২ চনত পুনৰ এখন টেক্টৰ ক্ৰয় কৰে। ইয়াৰ লগে লগে তেওঁলোকৰ খেতিৰ পৰিসৰো বৃদ্ধি হ’বলৈ ধৰে। এসময়ত সন্ধিয়াৰ সাঁজ কেনেকৈ খাম বুলি ভাৱি থকা পৰিয়ালটোৱে গাঁওখনৰ লোককো নিজৰ কৃষিকৰ্মত সংস্থাপন দিব পৰা হৈ উঠিল। বৰ্তমান তেওঁলোক কেইবাখনো টেক্টৰৰগৰাকী।
ৰাজস্থানৰ কৃষক পৰিয়ালটোৱে ভাৱে তেওঁলোকৰ পৰিয়ালটোলৈ কঢ়িয়াই অনা পৰিৱৰ্তনৰ মূলতে মহিন্দ্ৰা ARJUN 605 DI PP টেক্টৰখন। এই টেক্টৰখনেই তেওঁলোকৰ জীৱনলৈ আৰ্শীবাদ হৈ আহিছিল দুৰ্যোগৰ সেই সময়খিনিত। ইয়াৰ মূলতে থকা মহিন্দ্ৰা ARJUN 605 DI PP টেক্টৰখনৰ বিশেষত্ববোৰ এনেধৰণৰ-
- শক্তিশালী ৬০ হাৰ্ছপাৱাৰৰ ইঞ্জিন
- ১৮০০ কিলোগ্ৰাম হাইড্ৰ’লিক উত্তোলন ক্ষমতা
- ৯ হাৰ্ছপাৱাৰ PTO শক্তি
- mBoost প্ৰযুক্তি
- ৪০০ ঘণ্টাৰ সেৱা ম্যাদ আৰু ৬ বছৰৰ ৱাৰেণ্টী
- তাপমুক্ত আৰামদায়ক ড্ৰাইভিং চিট

অন্যান্য কৃষকৰ বাবেও প্ৰেৰণা ARJUN 605 DI PP টেক্টৰ
ৰাজস্থানৰ দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালটোৰ ARJUN 605 DI PP টেক্টৰৰ সহায়ত কৰা উন্নতিয়ে এতিয়া বহুজনক পথ দেখুৱাইছে। বৰ্তমান তেওঁলোকৰ টেক্টৰেই নহয় আছে পানীৰ পাম্প লগতে অন্যান্য কিছুমান কৃষি পথাৰত ব্যৱহাৰ কৰা কৃষি মেচিনাৰী সঁজুলি। যিবোৰৰ জড়িয়তে গাঁৱৰ মানুহক তেওঁলোকে সংস্থাপন দিছে আৰু নিজেও উপাৰ্জন কৰিছে, কৃষিক্ষেত্ৰখনলৈয়ো পৰিৱৰ্তন আনিছে। তেওঁলোকে কয়- "আমাৰ কঠোৰ পৰিশ্ৰম, মহীন্দ্ৰা ট্ৰেক্টৰৰ সহায় আৰু কেতিয়াও হাৰ নমানা মনোভাৱেই আমাৰ সফলতাৰ মূল ভেটি।"
লগতে পঢ়ক-
Share your comments