Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 July, 2022 1:47 PM IST
Drone Technology in Agriculture Sector

যি সময়ত প্ৰতিদিনে ১ লাখতকৈ অধিক নেনো ইউৰিয়া উৎপাদন কৰা হৈছে সেই সময়তে দেশৰ বিভিন্ন ঠাইৰ কৃষকে এতিয়াও নেনো ইউৰিয়া ব্যৱহাৰৰ বাবে ভয় কৰে। কৃষক সকলৰ এনে সমস্যা দূৰ কৰিবৰ বাবে IFFCO য়ে কৃষক সকলৰ বাবে ড্ৰোন প্ৰযুক্তিৰ সহায়ত খেতি পথাৰত নেনো ইউৰিয়াৰ ব্যৱহাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

ড্ৰোন প্ৰযুক্তিৰ সহায়ত আপুনিও কোনো ভয় নোহোৱাকৈ খেতি পথাৰত নেনো ইউৰিয়া ব্যৱহাৰ কৰিব পাৰে। IFFCO য়ে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত এক কৃষিভিত্তিক কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে IFFCOসদস্য সকলে ড্ৰোন প্ৰযুক্তিৰে সাৰ আৰু কীটনাশক কেনেদৰে ছটিয়াই  সেই সন্দৰ্ভত বাখ্যা আগবঢ়ায়।

তেওঁলোকে ড্ৰোন ব্যৱহাৰ কৰি কুঁহিয়াৰৰ শস্যৰ ওপৰত কীটনাশক কেনেদৰে ছটিয়াই তাৰ এক ডে'ম প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। মিল আৰু কুঁহিয়াৰ কৃষক সকলৰ সন্মুখত গুৰগাওঁৰ এগ্ৰিবট ড্ৰোন আলথাৰা গ্লোবেল কোম্পানীয়ে এই ডে'ম প্ৰদৰ্শন কৰে।

স্প্ৰে কৰিবলৈ প্ৰতি একৰত খৰচ কৰক মাত্ৰ 100 টকা

ড্ৰোন স্প্ৰেৰ বাবে কৃষকসকলক প্ৰতি একৰত মুঠ 100 টকা খৰচ হয়, ইয়াৰ বাবে কোনো শ্ৰমিকৰো প্ৰয়োজন নহয়। অৰ্থাৎ, ড্ৰোনৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে কৃষকৰ শ্ৰম হ্ৰাস কৰা। আনহাতে, ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় কীটনাশকও সংৰক্ষণ কৰিব পাৰি।

ড্ৰোনৰ ১০ লিটাৰ পানীৰ ক্ষমতা থাকে আৰু প্ৰয়োজন অনুসৰি ইয়াত কীটনাশক বা নেনো ইউৰিয়া যোগ কৰিব পাৰি। একে সময়তে, এক একৰ খেতিপথাৰত 10 লিটাৰ দ্ৰৱণ স্প্ৰে কৰিব পাৰি। ইয়াত কেৱল 7 ৰ পৰা 10 মিনিট সময় লাগে।  কুঁহিয়াৰৰ খেতিতো ড্ৰোন সহায়ত সহজে কীটনাশক  ছটিয়াব পাৰি।

লগতে পঢ়ক-শীৰ্ষ বেণ্ডৰ ৪ খন মিনি টেক্টৰ আৰু ইয়াৰ বিশেষত্ব!

English Summary: Drone Technology in Agriculture Sector
Published on: 27 July 2022, 12:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now