1. শিক্ষা

অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগত চাকৰি(jobs in assam govt handlooms department)

KJ Staff
KJ Staff
Assamese weave
Assamese weave

    অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগত এক বিজ্ঞাপন যোগেৰে বিভিন্ন ঠাইত খালী হৈ থকা পদৰ বাবে আবেদন বিচাৰিছে বিভাগটোয়ে প্রকাশ কৰা অনুসৰি ১০০ টা চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷ আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিব পাৰিব৷ তলত সবিশেষ উল্লেখ কৰা হৈছে৷

    বিঃদ্ৰঃ আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে বিতং তথ্যৰ বাবে তলৰ আৱশ্যকীয় লিংকৰ পৰা অফিচিয়েল বিজ্ঞাপনটো ডাউনল'দ কৰি পঢ়ি ল’ব পাৰে।

 

পদৰ নামঃ চতুৰ্থ বৰ্গৰ পদ

পদৰ সংখ্যাঃ ১০০ টা

বিৱৰণ

UR: ৫৫ টা

OBC: ১৯ টা

SC: ০৩ টা

STP: ০৩ টা

STH: ১০ টা

EWS: ১০ টা

আবেদন প্ৰক্ৰিয়াঃ অনলাইন

আবেদনৰ অন্তিম তাৰিখঃ ০১-০২-২০২১

দৰমহাঃ প্ৰতিমাহে ১২,০০০/- টকাৰ পৰা ৫২,০০০/- টকা স্কেল পে লাভ কৰিব লগতে ৩,৯০০/- টকাৰ গ্ৰেড পেৰ সুবিধা আছে।

শিক্ষাগত অৰ্হতাঃ

 আবেদনকাৰী প্ৰাৰ্থীগৰাকী নূন্যতম অষ্টম শ্ৰেণীত উত্তীৰ্ণ হোৱা হ’ব লাগিব৷

বয়সঃ পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ বিচৰা প্ৰাৰ্থীগৰাকীৰ বয়স অতিকমেও ১৮ বছৰ হোৱাৰ লগতে সৰ্বাধিক ৪০ বছৰতকৈ বেছি হ’ব নালাগিব৷ অৱশ্যে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই ব্যৱস্থা থাকিব৷ ST/SC শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু OBC/MOBC প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই ব্যৱস্থা থাকিব অৰ্থাৎ SC/ST প্ৰাৰ্থীয়ে ৪৫ বছৰলৈকে আৰু OBC/MOBC প্ৰাৰ্থীসকলে ৪৩ বছৰলৈকে আবেদন কৰিব পাৰিব৷

কিদৰে আবেদন কৰিব লাগিব?

আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ১৯ জানুৱাৰী ২০২১ তাৰিখৰ পৰা ১ ফেব্ৰুৱাৰী ২০২১ তাৰিখৰ ভিতৰত handloomtextilerecruitment.in ভিজিট কৰি অনলাইন আবেদন কৰিব লাগিব৷

আবেদনৰ সময়ত আৱশ্যকীয় ডকুমেন্ট

১) পাচপোৰ্ট চাইজৰ ৰঙীন ডিজিটেল ফটো

২) ডিজিটেল স্বাক্ষৰ

৩) বয়সৰ প্ৰমাণপত্ৰ (এডমিট কাৰ্ড নাইবা চাৰ্টিফিকেট) 

৪) জাতি প্রমাণপত্র

৫) Emplayment Exchange ফটোকপি

৬) ডিকলেৰাশ্যন ফৰ্ম A

৭) শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ

লিংকঃ

Apply Now

 

মৎসপালনৰ উপ-সঞ্চালক অফিচত চাকৰিঃ চতুর্থ বর্গ আৰু ড্ৰাইভাৰৰ বাবে আবেদন কৰক

 

English Summary: Application are invited for the post of Assam govt handlooms department

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.