1. শিক্ষা

মৎসপালনৰ উপ-সঞ্চালক অফিচত চাকৰিঃ চতুর্থ বর্গ আৰু ড্ৰাইভাৰৰ বাবে আবেদন কৰক (application are invited from eligible candidates for the post of Assam fisheries department)

KJ Staff
KJ Staff
Fisheries College in Raha, Nagaon
Fisheries College in Raha, Nagaon

 অসম চৰকাৰৰ মীন বিভাগৰ বৰপেটা সংমণ্ডলৰ উপ-সঞ্চালক অফিচত দুটা চতুর্থ বর্গ আৰু এটা ড্রাইভাৰৰ খালী হৈ থকা পদৰ বাবে চাকৰি প্রত্যাশী প্রার্থীৰ পৰা আবেদন বিচাৰিছে। আগ্রহী সকলে আবেদন কৰিব পাৰে এইটো ঠিকনাত Deputy Director of Fisheries, Lower Assam Zone, Howly, গাঁও-মৌৰামাৰা থানা- হাউলী, জিলা- বৰপেটা, পিন-781316.

আবেদনৰ শেষ তাৰিখ - 27- 01-2021

পদৰ বিৱৰণ -

1. চতুর্থ বর্গ

    পদৰ সংখ্যা -02 (দুটা)

শিক্ষাগত অৰ্হতা - অষ্টম পৰীক্ষা উর্ত্তীর্ণ হব লাগিব

2. ড্রাইভাৰ

    পদৰ সংখ্যা - 01 (এটা)

শিক্ষাগত অৰ্হতা - 

প্রার্থী মেট্রিক পৰীক্ষা উত্তীৰ্ণ হব লাগিব। লগতে বিভাগীয়কৰ্তৃপক্ষই জাৰী কৰা বৈধ চাৰিচকীয়া ড্ৰাইভিং লাইচেন্স (এল.এম.ভি.) থাকিব লাগিব।

যোগ্যতা

  1. নিয়োগ পঞ্জীয়ন নং বাধ্যতামূলক আৰু প্ৰাৰ্থী/আবেদনকাৰীসকলে পঞ্জীয়ন নং উল্লেখ কৰিব লাগিব। লগতে তেওঁলোকৰ এপ্লিকেচনত পঞ্জীয়নৰ তাৰিখ।
  2. চৰকাৰৰ অধীনত চাকৰি কৰা প্ৰাৰ্থীসকলে সঠিক নিয়মাৱালীৰ যোগেৰে তেওঁলোকৰ আৱেদন দাখিল কৰিব লাগিব।
  3. চালকৰ প্ৰাৰ্থীসকলে মানসিক আৰু শাৰীৰিক আৰু অঙ্গৰ ত্ৰুটি/ শাৰীৰিক অক্ষমতাৰ পৰা মুক্ত হোৱা হব লাগব ৷ যাতে তেওঁৰ দায়িত্বৰ কাৰ্যকৰী প্ৰদৰ্শনত কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয় ৷
  4. চালকৰ প্ৰাৰ্থীসকলে কোনো ধৰণৰ চশমা পিন্ধা হব নালাগিব।
  5. যোগদানৰ পূর্বেই প্রার্থীসকলে এটা মেডিকেল পৰীক্ষাত অৱর্তীর্ণ হব লাগিব।

বয়স:

প্ৰাৰ্থীসকলে 1.1.2021-ত 18 বছৰতকৈ কম বা 40 বছৰৰ অধিক বয়সৰ হ'ব নালাগিব। OBC/MOBC-ৰ বাবে 3 বছৰ আৰু SC/ST ৰ ক্ষেত্ৰত উচ্চ বয়সৰ সীমা 5 বছৰ আৰু চৰকাৰী নিয়ম অনুসৰি এক্স-চাৰ্ভিচমেনৰ বাবে 2 বছৰলৈ শিথিল কৰা হব।

ডকুমেন্ট

  • বয়স, বৈধ নিয়োগ পঞ্জীয়ন কাৰ্ডসহ জাতি প্ৰমাণপত্ৰৰ সৈতে শিক্ষাগত অৰ্হতাৰ সকলো প্ৰমাণপত্ৰ/মাৰ্ক শ্বীটৰ স্ব-প্ৰমাণিত প্ৰতিলিপি আবেদনত গাঁথি দিব লাগিব।
  • পাচপোৰ্ট আকাৰৰ দুটা স্ব-প্ৰমাণিত ফটোগ্ৰাফ আবেদনত গাঁথি দিব লাগিব।
  •  কেৱল 10.00 টকাৰ ডাক ষ্টাম্প সংলগ্ন কৰা এক স্ব-ঠিকনা আৰু আৱেদন কৰা পদৰ নাম লিখি (22 ছেমি x 10 ছেমি) আকাৰৰ বন্ধ চিঠিখামত তলত দিয়া ঠিকনাত পঠাই দিব লাগিব।To- The Deputy Director of Fisheries, Lower Assam Zone গাঁও-মৌৰামাৰা থানা- হাউলী, জিলা- বৰপেটা, পিন-781316.

Official Advt. Click here

 

 

English Summary: Application are invited from eligible candidates for the post of assam fisheries department Nagaon and Raha

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.