Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 February, 2023 2:20 PM IST
Scientists successfully clone 'super cows'

মানুহৰ সমান্তৰালকৈ চীনত জীৱ-জন্তু আৰু চৰাইৰ ওপৰত বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে। শেহতীয়াকৈ চীনৰ বিজ্ঞানীসকলে দাবী কৰিছে যে ক্ল’নিঙৰ সহায়ত তেওঁলোকে ‘Super Cow’ অৰ্থাৎ ছুপাৰ গৰু সৃষ্টি কৰিছে। এটা গৰুৱে সাধাৰণ গৰুতকৈ বহুগুণ বেছি গাখীৰ দিব পাৰে, এই দাবী চীনৰ বিজ্ঞানীসকলৰ। বিজ্ঞানীসকলৰ মতে ছুপাৰ গাই এদিনত ১৪০ লিটাৰ গাখীৰ দিব পাৰে।

ছুপাৰ গৰুৰ বাবে চীনত গাখীৰ উৎপাদন বৃদ্ধি পাব

ছুপাৰ গৰুৰ বাবে চীন বিশ্বৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হ’ব পাৰে। চীনৰ চৰকাৰী সংবাদ মাধ্যমে জনাইছে যে ছুপাৰ গৰুৰ সফল ক্ল’নিংৰ পিছত চীনৰ দুগ্ধ উদ্যোগটোৱে কাম কৰিবলৈ সক্ষম হ’ব। লগতে এতিয়া বহিঃদেশৰ পৰা উচ্চ জাতৰ গৰু চীনলৈ আমদানি কৰাৰ প্ৰয়োজন নহ’ব।

লগতে পঢ়ক- 

Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি

গোটেই জীৱনকালত ছুপাৰ কাৱে দিব ২ লাখ ৮৩ হাজাৰ লিটাৰ গাখীৰ

চীনা বিজ্ঞানীসকলে দাবী কৰিছে যে তেওঁলোকে সৃষ্টি কৰা ক্ল’ন কৰা গৰু অৰ্থাৎ ছুপাৰ গৰুটোৱে গোটেই জীৱনত ২ লাখ ৮৩ হাজাৰ লিটাৰ গাখীৰ দিব পাৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৰ্থৱেষ্ট ইউনিভাৰ্চিটিত চীনৰ বিজ্ঞানীসকলে ছুপাৰ গৰু পালন কৰিছে। গৰুৰ ক্ল’নিং কৰি তিনিটা পোৱালি সফলতাৰে জন্ম দিছে। চীনা বিজ্ঞানীসকলে আগন্তুক দুবছৰত ১০০০ টা এনে গৰু উৎপাদনৰ লক্ষ্য লৈছে।

উল্লেখ্য যে গড়তকৈ অধিক পৰিমাণৰ গাখীৰ উৎপাদনৰ বাবে জনাজাত ডাচ জাতৰ গৰু হোলষ্টেইন ফ্ৰিজিয়ান গৰু ব্যৱহাৰ কৰি ছুপাৰ গৰু সৃষ্টি কৰিছে চীনত। এই ছুপাৰ গৰুৰ সৃষ্টিৰ নেতৃত্ব দিয়া নৰ্থৱেষ্ট এ এণ্ড এফৰ গৰুৰ পশু চিকিৎসক য়াপিং জিনে কয়  যে ক্ল’নিঙে চীনৰ কৃষি খণ্ডক পুনৰ সজীৱ কৰি তোলাত সহায় কৰিব।

লগতে পঢ়ক-

Gir Gaai : এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

English Summary: Scientists successfully clone 'super cows'
Published on: 06 February 2023, 02:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now