Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 April, 2022 4:03 PM IST
পশুপালক আৰু মীনপালকসকলৰ বাবে KCC ঋণ-

উদ্দেশ্য-

পশুপালন আৰু মৎস্য সংক্ৰান্ত কাৰ্যকলাপৰ বাবে কৃষকসকলক একক উইণ্ডোৰ অধীনত পৰ্যাপ্ত আৰু সময়মতে ঋণ সাহাৰ্য প্ৰদান কৰা।

অৰ্হতা-

কৃষক, দুগ্ধ/ হাঁহ-কুকুৰা পালক, মাছমৰীয়া, মীনপালক আনকি ব্যক্তিগত বা যৌথ ঋণগ্ৰহীতা, দ্বায়িত্বশীল যৌথ গোট (Joint Liability Groups)বা কোনো বন্ধকী লোক কৃষককে ধৰি আত্মসহায়ক গোট, যিসকলে দুগ্ধ দিয়া পশু পালন কৰে /ভেড়া/ছাগলী/গাহৰী/হাঁহ কুকুৰা/চৰাই/শহাপহু আদি পালন কৰে আৰু যিসকলৰ নিজৰ বা ভাড়াতীয়া বা লীজত লোৱা বজাৰ আছে আৰু যিসকলৰ নিজৰ বা লীজত লোৱা মাছ ধৰাৰ সামগ্ৰী/নাও আছে, যিসকল মাছমৰীয়াৰ মোহনা বা সাগৰত  মাছমৰাৰ আৱশ্যকীয় অনুজ্ঞাপত্ৰ আছে/ যিসকলৰ মীন পালন/মোহনাসমূহত বা সাগৰত সাগৰীয় কৃষিকৰ্ম বা  কোনো  ৰাজ্যৰ নিৰ্দিষ্ট ফিচাৰাত মাছ ধৰাৰ অনুজ্ঞাপত্ৰ আছে

ঋণৰ পৰিমান-

যিসকল কৃষকে নিজৰ কৃষিভূমিৰ ওপতৰ ইতিমধ্যেই KCC ঋণ লোৱা আছে, তেওঁলোকে তেওঁলোকৰ ঋণৰ পৰিমান বঢ়াই লব পাৰে কিন্তু তেতিয়াও তেওঁলোকে 3 লাখ পৰ্যন্তহে সূদৰ হাৰ ৰেহাই পাব। যদিও বা 1.6 লাখ পৰ্যন্তু KCC লোনৰ কোনো বন্ধকী দিব নালাগো, কিন্তু যিসকল দুগ্ধপালকে মাজত কোনো মধ্যভোগী নোহোৱাকৈ কোনো দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানক দুগ্ধ যোগান ধৰে তেওঁলোকে 3 লাখ পৰ্যন্ত সূদৰ হাৰ ৰেহাই পাব

KCC ঋণত সূদৰ ৰেহাই

KCC ঋণ লোৱা কৃষকসকলে পশুপালনৰ ক্ষেত্ৰত সূদৰ ওপৰত যিটো ৰেহাই পায় আৰু সময়মতে ঋণ পৰিশোধ কৰাৰ বাবে যিটো বোনাছ পায় সেইটো ঋণৰ পৰিমাণ ৩ লাখলৈকে সীমাবদ্ধ। পশুপালকসকলে লোণৰ টকা মোকোলাই দিয়াৰ দিনাই সূদৰ ওপৰত বছেৰেকীয়া হাৰত 2% ৰেহাই পাব আৰু সময়মতে ঘূৰাই দিয়াৰ বাবে সূদৰ ওপৰত বছেৰেকীয়া হাৰত আৰু অতিৰিক্ত 3% বোনাছ পাব। 

কাৰ লগত যোগাযোগ কৰিব

ওচৰৰ বেংকৰ শাখাসমূহৰ লগতৰ যোগাযোগ কৰক

ৎস-বিকাশপেডিয়া Vikaspedia)

লগতে পঢ়ক-পশুপালনৰ বাবে ২ লাখ টকাৰ সূতমুক্ত ঋণ, কোনে প্ৰাপ্ত কৰিব ইয়াৰ লাভালাভ?

English Summary: KCC Loan for farmers
Published on: 13 April 2022, 04:03 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now