Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 August, 2023 5:17 PM IST
জাতিলাও খেতি

জাতিলাওৰ অন্যতম এটা জাত হ’ল সীতা (Garlic Lasts) জাত । এই সীতা জাতিলাউবিধ বহুবৰ্ষজীৱী । এবাৰ ৰোপণ কৰিলে একেটা লতাৰ পৰা প্ৰায় ১৫ বছৰলৈ ১২ মাহে লাগি থাকে লাও। ২০১০ চনত বড়ি সীতা লাউ জাতৰ অনুমোদন হৈছিল। ৰোৱাৰ ৫-৬ মাহৰ পিছত ফুল আহে। ৩০ দিনৰ পাছত জাতিলাওবোৰ খাব পৰা হয়।

৫-৭ বছৰ বয়সত এইজাতটোৰ জাতিলাও গছসমূহে এবাৰত ২০০ টামান জাতিলাও লাগে। প্ৰতিটো জাতিলাওৰ গড় ওজন ৭৫০ গ্ৰাম মান হয়।  যিহেতু এইবিধ জাতিলাৱে ১০-১৫ বছৰ জীয়াই থাকে আৰু ফল দিয়ে গতিকে হেণ্ডালিখন অলপ ভালকৈ বনাই ল'ব লাগে বহুদিন যোৱাকৈ। আৰু জাতিলাউ জোপাৰ ভেঁটিটো এনেকুৱা ঠাই হ’ব য’ত  পানী জমা নহয়। 

লগতে পঢ়ক-

Snake been : ধান নোহোৱা এবিঘা বাম মাটিত ডাংবডিৰ খেতি কৰক

সীতা লাউ বীজ সিঁচা আৰু পুলি উৎপাদনঃ লাও খেতিৰ বাবে বীজ সিঁচাৰ দুটা পদ্ধতি আছে। পথাৰত প্ৰস্তুত কৰা মাটিত পোনপটীয়াকৈ বীজ সিঁচিব পাৰে বা নাৰ্চাৰীত পুলি উতপাদন কৰিব পাৰে। মাটিডৰা ভালদৰে চহাই আলুতলীৰ দৰে কৰি গৰুৰ গোবৰ বা পচনসাৰ প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰি পুনৰ হাল বাই মৈয়াই সমান কৰি পুলিবোৰ ৰুৱ লাগে। 

কেনেদৰে যত্ন ল’ব

হেণ্ডালিত লাউজোপা বাধা নোহোৱাকৈ বাঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। লাওক প্ৰচুৰ পৰিমাণে পানী লাগে। সেয়ে নিয়মিতভাৱে গছৰ গুৰিত জলসিঞ্চন কৰি মাটি ভাঙি, হাড় দি গছৰ গুৰিৰ ডালবোৰ ভাঙি দিব লাগে। বহুসময়ত লাওজোপাত পোকে সৰু টিপ বা পাতৰ ৰস চুহি গছজোপাক দুৰ্বল কৰি তোলে। ফলত উদ্ভিদৰ বৃদ্ধি কমি যায়। মাখিৰ পোকে লাউৰ ওপৰত খোলাৰ তলৰ ফালে কণী পাৰে। ইয়াৰ বাবে কীটনাশক প্ৰয়োগ কৰিব লাগে।

লগতে পঢ়ক- 

ভাতকেৰেলা আলু আৰু কুন্দুলিৰ লতাৰ বাবে উল্লেখিত নাম্বাৰত যোগাযোগ কৰক

English Summary: Garlic Lasts 10 To 15 Years On A Tree, How To Cultivate It
Published on: 13 March 2023, 06:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now