1. এগ্ৰিপেডিয়া

ভাতকেৰেলা আলু আৰু কুন্দুলিৰ লতাৰ বাবে উল্লেখিত নাম্বাৰত যোগাযোগ কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ভাত কেৰেলা আৰু কুন্দুলি
ভাত কেৰেলা আৰু কুন্দুলি

ভাত কেৰেলা আৰু কুন্দুলিৰ লতা ক’ত পায়- এই বিষয়ে বহু কৃষকে আমাক ফোনযোগে সুধি আছিল। কিন্তু ইয়াৰ উত্তৰ দিবলৈ সকলোলে ফোন মেচেজ কৰাটো টান অৰ্থাত সময়ৰ অভাৱ। গতিকে এই লেখাটোৰ জৰিয়তে কৃষকসকলক ভাত কেৰেলাৰ আলু আৰু কুন্দুলিৰ লতা কত কেনেদৰে পাব সেই বিষয়ে জনাবলৈ এই লেখাটো প্ৰস্তুত কৰা হ’ল।

সম্প্ৰতি অসমৰ কৃষকসকলে কৰিব পাৰে এই দুবিধ পাচলিৰ খেতি। বজাৰত এই দুবিধ শাক-পাচলিৰ দাম আৰু চাহিদা দুয়োটাই আছে। ইফালে, ভাতকেৰেলা আৰু কুণ্ডুলিৰ খেতি এবাৰ আৰম্ভ কৰিলে ২ ৰ পৰা ৩ বছৰলৈ ফল লাভ কৰিব পাৰি। ইফালে এই খেতিত খৰচো বৰ বেছি নহয়। কিন্তু লাভ ভাবিব নোৱৰাকৈ হয়। এবিঘা কুন্দুলিৰ খেতি কৰিলে এজনে কৃষকে ৩ বছৰত ২ লাখৰ পৰা আঢ়ৈ লাখ টকা উপাৰ্জনৰ স্থল আছে। ভাতকেৰেলাত অৱশ্যে কুন্দুলিৰ দৰে সহজে নহয়। অলপ বেছি যত্নৰ প্ৰয়োজন। কিন্তু লাভো অধিক। কাৰণ ভাতকেৰেলাৰ দাম বজাৰত অধিক।

লগতে পঢ়ক- 

Assam spine : কৰ্ণাটক চৰকাৰৰ উদ্যোগত অসমৰ ভাতকেৰেলা খেতি

গতিকে এই দুবিধ পাচলিৰ খেতি কৰিব বিচৰা আগ্ৰহী কৃষকসকলে কুন্দুলি আৰু ভাতকেৰেলাৰ গুটি, ডাল আৰু আলুৰ বাবে এই 72680 65004 , 93366 32556  নম্বৰত যোগাযোগ কৰিব। যদি আমাৰ কোনো কৃষকৰ ঘৰত এই দুবিধ পাচলি ৰোপনৰ বাবে ডাল আৰু আলু বিক্ৰি কৰিব পৰাকৈ আছে তেনেহ'লে আমাক কমেন্ট বক্সত জনাব।

উল্লেখ্য যে অসমৰ ভাতকেৰেলাৰ খেতি অসমৰ বাহিৰতো কৃষকসকলে কৰি ভাল উপাৰ্জন কৰিছে। বিশেষকৈ কৰ্ণাটকত কৰ্ণাটক চৰকাৰৰ উদ্যোগত অসমৰ ভাত কেৰেলা খেতি কৰি কৃষকসকলক এই খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। বহুসময়ত কৃষকসকলে কয় যে এই খেতিসমূহ কৰিলে কি হ’ব বিক্ৰি নহয়। কিন্তু সেয়া সম্পূৰ্ণ সঁচা নহয়। ভাতকেৰেলা, কুন্দুলি অসমৰ দৰে বহি:ৰাজ্যতো  চাহিদা আছে। গতিকে অধিক পৰিমাণে এই পাচলি দুবিধ উতপাদন কৰিব পাৰিলে বহি:ৰাজ্যতো কৃষকসকলে গৈ বিক্ৰি কৰিব পাৰিব।

লগতে পঢ়ক- 

Ivy Gourd farming : এবাৰ ৰুলে ৫-৬ মাহৰ পাছতে ৫ বছৰলৈ দিব ফল

English Summary: Contact for Spine & Ivy Gourd Seed

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.