Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 April, 2023 5:34 PM IST
পলিহাউচত ভোট জলকীয়া খেতি

শেহতীয়াকৈ অসমত জনপ্ৰিয় হৈ উঠা এটা নতুন কৃষি পদ্ধতি হ’ল- পলি হাউচ খেতি। অৰ্থাত পলিথিনেৰে বনোৱা ঘৰৰ ভিতৰত কৰা খেতি। এই কৃষি পদ্ধতিৰ বহু লাভজনক দিশ আছে। ইয়াৰ প্ৰথম আৰু প্ৰধান লাভজনক দিশটো হ’ল- ইয়াৰ ভিতৰত যিকোনো শস্য যিকোনো বতৰত কৰিব পাৰে।

বাঁহ-কাঠৰ পলি হাউচ

ফটোত দেখুওৱাৰ কৃষকসকলে পলিহাউচত খেতি কৰিব পাৰে। ধেমাজি জিলাৰ জোনাই লুহিজান মাজগাঁওৰ উদ্যমী যুৱ কৃষক বিনোদ পেগুৱে এনেদৰে পলিহাউচৰ ভিতৰত ভোট জলকীয়া খেতিৰ কৰিছে।

লগতেং পঢ়ক- 

ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ

পলিহাউচ খেতিৰ লাভালাভবোৰ :

পলিহাউচৰ দ্বাৰা বায়ু, বৰষুণ আদি ওপৰত নিৰ্ভৰ নকৰাকৈ বছৰি শস্য উৎপাদন কৰিব পাৰে আৰু লগতে পলিহাউচত বিকশিত হোৱা শস্যৰ ক্ষেত্ৰত কীট, বীজানু আৰু ৰোগৰ সৈতে কৃষকৰ খুব কম সমস্যা আহে। এইবোৰ কাৰনতে পলিহাউচ দিনে দিনে জনপ্ৰিয় হৈছে ও কৃষিত বহুলভাৱে ব্যৱহৃত হৈছে । মুকলি পথাৰত অপ্ৰত্যাশিত বতৰৰ পৰিস্থিতি আৰু কীট-পতংগ আৰু ৰোগৰ সংস্পৰ্শলৈ অহাৰ বাবে পাৰম্পৰিক খেতি লাহে লাহে ৰিস্কি হৈ আহিছে। খাদ্য আৰু অন্যান্য প্ৰয়োজনীয়তাৰ বৰ্ধিত জনসংখ্যা পূৰণ কৰিবলৈ, বাহ্যিক বতৰৰ স্থিতিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ গোটেই বছৰটো শস্য উৎপাদন কৰাটো বাধ্যতামূলক হৈ পৰিছে।   ইয়াক প্ৰত্যাহ্বান জনাবলৈ পলিহাউচৰ বাহিৰে গত্যন্তৰ নাই। 

ভোট জলকীয়া
ভোট জলকীয়া খেতি পৰিদৰ্শন

পলিহাউচ এটাৰ বিভিন্ন দিশসমূহ :

  1. পলিহাউচ এটা বনাবলৈ পৰ্যাপ্ত সূৰ্যৰ পোহৰ পৰা আৰু ভালদৰে পানী ওলাই যোৱা ঠাই বাছনি কৰক।
  2. শস্য সংখ্যাৰ ওপৰত ভিত্তি কৰি আপোনাৰ পলিহাউছৰ মাত্ৰা আৰু আকৃতি নিৰ্ধাৰণ কৰক।
  3. প্ৰয়োজনীয় সামগ্ৰী যেনে- পিভিচি পাইপ, সংযোগকাৰী, প্লাষ্টিকৰ শ্বীটি আদি ক্ৰয় কৰক।
  4. পলিহাউছৰ ফ্ৰেম নিৰ্মাণ কৰিবলৈ পিভিচি পাইপ আৰু সংযোগকাৰী ব্যৱহাৰ কৰক। মন কৰিব যে বতাহ আৰু অন্যান্য বতৰৰ পৰিস্থিতি সহ্য কৰিব পাৰিব লাগিব। অৱশ্যে বিনোদ পেগুৱে কাঠ-বাঁহেৰেই পলিহাউচটো বনাইছে।
  5. বায়ু চলাচলৰ বাবে দুৱাৰ, খিৰিকী আদি সৃষ্টি কৰক।
  6. শস্যদোৰে পৰ্যাপ্ত পানী দিয়াৰ ব্যৱস্থা স্থাপন কৰিব লাগিব।
  7. মাজে মাজে পলিহাউছটোৱে সঠিকভাৱে কাম কৰি আছে নে নাই পৰীক্ষা কৰক।

লগতে পঢ়ক- 

পলিহাউচ খেতি কি ? আপোনাক এই প্ৰৱন্ধত জনাম পলিহাউচ খেতিৰ A to Z

English Summary: what is Polyhouse farming & its Benefit
Published on: 01 April 2023, 04:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now