1. News

Zero Tillage : হাজোত মাটি নচহোৱাকৈ আলু ৰোপন কৃষকৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
হাজোত মাটি নচহোৱাকৈ আলু খেতি। হাজোৰ ব্লকৰ অধীনত  APART  আৰু CIP ৰ সহযোগত অঞ্চলটোৰ কৃষকসকলে আৰম্ভ কৰিছে এই খেতি।

ধান চপোৱাৰ পাছতে হাল নোবোৱাকৈ কেৱল নৰাবিলাক কাটি ৰোপন কৰিছে আলু। ছবিত আপোনালোকে দেখিবলৈ পোৱাৰ দৰেই ৰোপন কৰিছে আলু ।

লগতে পঢ়ক- 

৪০ দিনতে বিক্ৰিব পাৰিব এই জাতসমূহৰ পালেং

অসমৰ কৃষকসকলেও ধান কটাৰ পাছতে উদং হৈ পৰা পথাৰসমূহ এই দৰে আলু খেতি কৰিব পাৰিব বুলি জানিবলৈ দিয়ে APART ৰ বিষয়ববীয়াসকলে।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ আৰু অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পই অসমত প্ৰথমবাৰৰ এনেদৰে মাটি নচহোৱাকৈ আলু খেতি আৰম্ভ কৰিছে। পৰীক্ষামূলকভাৱেহে হাজোত আৰম্ভ কৰা হৈছে এই আলু খেতি। যদি প্ৰতিষ্ঠান দুটাই এইদৰে খেতি কৰি সুফল লাভ কৰিবলৈ সক্ষম হয় তেতিয়া  অনাগত দিনত অসমৰ কৃষিখণ্ডলৈ আহিব এক বিৰাট পৰিৱৰ্তন।

মাজুলিৰ থলুৱা উৎপাদকৰ স্বাভিমান ‘আমাৰ মাজুলী আয়ুস’ মিঠাতেল

English Summary: What is Zero Tillage !

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.