Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 October, 2023 5:55 PM IST
The Millionaire Farmers Of India Award 2023

আপোনালোকে দেশত কোটিপতি কৃষক আছে বুলি কেতিয়াবা ভাবে নে! আমাৰ দেশত দৈনিক কৃষকে আত্মহত্যা কৰে গতিকে আমাৰ এটা ধাৰণাই হৈ গৈছে কৃষক মানেই দৰিদ্ৰ, শোষিত! হয় আপুনি মই ভবাৰ দৰেই দেশৰ কৃষি বৃত্তিৰ লগত জড়িত অধিকাংশ লোকেই দুখিয়া, দৰিদ্ৰ কিন্তু ইয়াৰ বিপৰীতে আপুনি মই নজনাকৈ দেশত কৃষি বৃত্তিৰে জড়িত কোটিপতি কৃষকো আছে।

দেশৰ  এই কোটিপতি কৃষকসকলক চিনাক্ত কৰি, দেশত যে কৃষিখণ্ডৰে জড়িত হৈ বহু কৃষকে এক স্বচ্চল জীৱন যাপন কৰি আছে। তাৰ এখন ছবি দাঙি ধৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে MFOI অৰ্থাত ভাৰতৰ মিলিয়নাৰ কৃষক নামৰ এক কৃষক বঁটা।

ইয়াৰ দ্বাৰা কৃষি জাগৰণ মিডিয়া গ্ৰুপে এইটো প্ৰকাশ কৰিব বিচাৰিছে যে কৃষিৰে জড়িত হৈয়ো এজন কৃষক কোটিপতি হ’ব পাৰে। কৃষিৰ প্ৰতি মানুহৰ পৰম্পৰাগত ধাৰণাটো সলনি কৰি কৃষি খণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ সন্মুখত তুলি ধৰিবলৈ ৬,৭ আৰু ৮ ডিচেম্বৰত ৰাজধানী দিল্লীত আয়োজন কৰা হৈছে ভাৰতৰ মিলিয়নাৰ কৃষক বঁটা অনুষ্ঠান।

অনুষ্ঠানটোত কৃষিখণ্ডৰে জড়িত বিভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হ’ব। আপুনিয়ো যদি কৰ্মৰে বছৰি ১০ লাখৰো অধিক উপাৰ্জন কৰে । তেতিয়া আপুনিও এই বঁটাৰ বাবে আবেদন কৰিব পাৰিব। নাম আবেদনৰ বাবে এই https://millionairefarmer.in/ লিংকটোত ক্লিক কৰিব। অধিক জানিবৰ বাবে 98913-34425, 98917-24466 যোগাযোগ কৰিব পাৰে। 

লগতে পঢ়ক- 

MFOI Award : MFOI বঁটাত সহযোগিতা ১৩ খন ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ

English Summary: The Millionaire Farmers Of India Award 2023
Published on: 03 October 2023, 05:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now