Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 March, 2024 5:37 PM IST
MFOI BHARAT KISHAN YATRA STRAT MIDDLE & WEST INDIA

ভাৰত এখন কৃষিপ্ৰধান দেশ।দেশৰ উন্নয়নত কৃষকসকলে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু আজিলৈকে তেওঁলোকক প্ৰাপ্য স্বীকৃতি দিয়া নাই। আমি কোৱাৰ কাৰণটো হ'ল যেতিয়া আমি আন যিকোনো ক্ষেত্ৰৰ শ্ৰেষ্ঠ ব্যক্তিৰ কথা ভাবো তেতিয়া সকলো তথ্য সহজেই পোৱা যায়।   কিন্তু, যদি আমি এজন শ্ৰেষ্ঠ কৃষকৰ কথা কওঁ, তেন্তে আজিলৈকে আমি এনে কোনো নিৰ্দিষ্ট তথ্যৰ সন্মুখীন হোৱা নাই। কৃষকসকলক এই মৰ্যাদা দিবলৈ দেশৰ আগশাৰীৰ কৃষি সংবাদ মাধ্যম সংস্থা কৃষি জাগৰণ মিডিয়া গ্ৰুপে মহিন্দ্ৰা টেক্টৰছৰ পৃষ্ঠপোষকতাত ‘মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ড’ অৰ্থাত এম এফ অ' আই কৃষক বঁটা আয়োজন কৰিছে। ইয়াৰ অধীনত কৃষি খণ্ডৰ উন্নয়নত অৰিহণা যোগোৱা আৰু নিৰন্তৰ অগ্ৰগতি লাভ কৰা কৃষকসকলক সন্মান জনোৱা হ’ব। কৃষকসকলক এম এফ অ’ আইৰ পদক্ষেপৰ বিষয়ে সংবেদনশীল কৰি তুলিবলৈ কৃষি জাগৰণে ‘এম এফ অ’ আই কিষাণ ভাৰত যাত্ৰা’ আৰম্ভ কৰিছে, যিটো দেশৰ চুকে-কোণে গৈ কৃষকসকলক ‘মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ড’ বঁটাৰ বিষয়ে অৱগত কৰাৰ লগতে সকলোকে এই কাৰ্যসূচীত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিব।

এই ধাৰাবাহিকতা ৰক্ষা কৰি মধ্য আৰু পশ্চিম ভাৰতৰ ‘এম এফ অ’ আই কিষাণ ভাৰত যাত্ৰা’ মঙলবাৰে (৫ মাৰ্চ, ২০২৪) ঝান্সীত ফ্লেগ অফ কৰা হয়, যিয়ে মধ্য আৰু পশ্চিম ভাৰতৰ গ্ৰাম্য অঞ্চল ভ্ৰমণ কৰিব আৰু কৃষকসকলৰ মাজত এম এফ অ’ আইৰ পদক্ষেপৰ বিষয়ে সজাগতা সৃষ্টিৰ কাম কৰিব। ঝান্সিৰ বাই কৃষি বিশ্ববিদ্যালয়ত এক কাৰ্যসূচীৰ আয়োজন কৰা হয় য'ত কৃষকসকলক এই পদক্ষেপৰ বিষয়ে অৱগত কৰা হয় আৰু কৃষিক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কোটিপতি কৃষকসকলক সম্বৰ্ধনা জনোৱা হয়।

লগতে পঢ়ক- 

MFOI Kisan Bharat Yatra 2024: আজি মধ্য ভাৰতৰ পৰা পশ্চিম ভাৰতলৈ ‘কিষাণ ভাৰত যাত্ৰা’ৰ শুভাৰম্ভ

ফ্লেগ অৱ কাৰ্যসূচীত কৃষি জাগৰণৰ সঞ্চালক ছাইনি ডমিনিকে সকলোকে আদৰণি জনাই কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পিছতে কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক সম্পাদক এম চি ডমিনিকে কৃষকসকলক সম্বোধন কৰি কয়- মই সুখী, আজি মই দেশক খোৱাই থকা লোকসকলৰ ভিতৰত আছো। তেওঁ কয় যে মই নিজেই এটা কৃষক পৰিয়ালৰ পৰা আহিছো আৰু সৰুতে মোৰো গাঁৱৰ আটাইতকৈ ধনী কৃষক হোৱাৰ সপোন আছিল।কিন্তু, মই কেতিয়াও সেই সুযোগ নাপালোঁ।দেশৰ বহু কৃষকৰ এই সপোন আছে। কিন্তু, তেওঁলোকক কোনো সুযোগ দিয়া নহয় বা তেওঁলোকৰ প্ৰচেষ্টাৰ শলাগ লোৱা নহয়।এই কথা মনত ৰাখি আমি MFOI l আৰম্ভ কৰিছো য’ত কৃষক উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়োৱা এনে কৃষকসকলক সম্বৰ্ধনা জনোৱা হ’ব।

ফ্লেগ অৱ কাৰ্যসূচীত কৃষি জাগৰণৰ সঞ্চালক ছাইনি ডমিনিকে সকলোকে আদৰণি জনাই কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পিছতে কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক সম্পাদক এম চি ডমিনিকে কৃষকসকলক সম্বোধন কৰি কয়- মই সুখী, আজি মই দেশক খোৱাই থকা লোকসকলৰ ভিতৰত আছো। তেওঁ কয় যে মই নিজেই এটা কৃষক পৰিয়ালৰ পৰা আহিছো আৰু সৰুতে মোৰো গাঁৱৰ আটাইতকৈ ধনী কৃষক হোৱাৰ সপোন আছিল।কিন্তু, মই কেতিয়াও সেই সুযোগ নাপালোঁ।দেশৰ বহু কৃষকৰ এই সপোন আছে। কিন্তু, তেওঁলোকক কোনো সুযোগ দিয়া নহয় বা তেওঁলোকৰ প্ৰচেষ্টাৰ শলাগ লোৱা নহয়।এই কথা মনত ৰাখি আমি MFOI l আৰম্ভ কৰিছো য’ত কৃষক উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়োৱা এনে কৃষকসকলক সম্বৰ্ধনা জনোৱা হ’ব।

লগতে পঢ়ক- 

Paddy Farming ধান খেতিৰে লাখ টকা উপাৰ্জনৰ বাবে এইদৰে খেতি কৰক

English Summary: MFOI BHARAT KISHAN YATRA STRAT MIDDLE & WEST INDIA
Published on: 06 March 2024, 05:37 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now