1. News

PM-KISAN আঁচনিৰ ধন পাবলৈ নতুন হিতাধিকাৰীসকলে কৰক এইকেইটা কাম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
GAONSABHA ON PMKISAN IN JONAI
GAONSABHA ON PMKISAN IN JONAI

ধেমাজি জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত জোনাই তথা চিকাৰী কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত বাহিৰ জোনাই-লুহিজান, চিলে, কেমি আৰু ৰাজাখানা গাওঁ পঞ্চায়তত PM-KISAN আঁচনিৰ নতুন হিতাধিকাৰী বাচনিৰ সন্দৰ্ভত সজাগতা সভা।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত পিএম-কিষাণ আঁচনিৰ অধীনত নিজ কৃষিভূমিত দখলীস্বত্ব থকা কৃষকে প্ৰতিবছৰে ২,০০০ টকাকৈ তিনিটা কিস্তিৰ জৰিয়তে সৰ্বমুঠ ৬,০০০ টকা লাভ কৰিব ।

লগতে পঢ়ক- 

Problems & challenges : ‘ ৫ বিঘা নষ্ট হ’ল অহা বছৰলৈ ১৫ বিঘাত কৰিম’

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰী কৃষকে বেংকত থকা নিজৰ পাছবুক একাউণ্টৰ লগত আধাৰ সংযুক্তকৰণ কৰাটো বাধ্যতামূলক। আধাৰ সংযুক্তকৰণৰ উপৰিও ই কে ৱাই চি সম্পাদন তথা নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথি পিএম-কিষাণ আঁচনি সম্পৰ্কীয় পৰ্টেলত নিজৰ নামৰ লগত সংলগ্ন কৰাটোও প্ৰয়োজন।

পিএম-কিষাণ আঁচনিৰ নথি সম্পৰ্কীয় কোনো অসুবিধাৰ সন্মুখীন হ’লে হিতাধিকাৰী কৃষকে পিএম কিষাণ আঁচনিৰ টোল ফ্ৰী নম্বৰ ০৩৬১২৮০০২১৩ নম্বৰত যোগাযোগ কৰিব পাৰে।

লগতে পঢ়ক- 

Stevia : বহি:ৰাজ্যই দখল কৰাৰ পূৰ্বে অসমীয়া কৃষকে ষ্টেভিয়াৰ খেতি কৰক

English Summary: GAONSABHA ON PMKISAN IN JONAI

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.