1. News

Exposure visit : টিকেন কাকতিৰ কৃষি পথাৰ ভ্ৰমণ ধেমাজিৰ ৩০ কৃষকৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Exposure visit
Exposure visit

কৃষি বিজ্ঞান কেন্দ্র, ধেমাজিৰ দ্বাৰা ৰূপায়িত হৈ আছে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ (APART) প্ৰকল্পৰ অধীনৰ বিভিন্ন কাৰ্যসূচী। এই কাৰ্যসূচীসমূহৰ অংশস্বৰূপে ধেমাজি জিলাৰ বিভিন্ন ঠাইৰ ৩০ জন কৃষকক শিক্ষামূলক ভ্ৰমণ হিচাপে ২৯ ডিচেম্বৰৰ দিনটোত পৰিদৰ্শন কৰোৱা হ’ল বৰদলনিৰ প্ৰগতিশীল কৃষক টিকেন কাকতিৰ কৃষি পথাৰ।

লগতে পঢ়ক-

ধান ভাল নোহোৱা বাম মাটি এবিঘাত এইবাৰ তিয়ঁহ খেতি কৰক

Exposure visitৰ সময়তে টিকেন কাকতিৰ কৃষি পথাৰতে কৃষকসকলক প্ৰদান কৰা হয় বৰোধানৰ খেতিৰ দলিচা কঠীয়াতলি প্ৰস্তুতিৰ ব্যৱহাৰিক প্ৰশিক্ষণ।

প্ৰশিক্ষণ কালতে কৃষকসকলক  বৰোধানৰ কৃষি পদ্ধতি, সমন্বিত কৃষি আৰু কৃষি যান্ত্ৰিকীকৰণৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰগতিশীল কৃষক টিকেন কাকতিয়ে।

এই কাৰ্যসূচীয়ে ধেমাজি জিলাৰ কৃষি পথাৰত বৰোধানৰ খেতিৰ কৃষি যান্ত্ৰিকীকৰণৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক- 

পচতীয়া পাতৰে পোক নিয়ন্ত্ৰণৰ প্ৰকল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ ধেমাজিৰ নীহাৰিকা

English Summary: Dhemaji KVK Exposure visit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.