বৰ্তমান সময়ত মধুৰীয়ো এক লাভজনক খেতিলৈ ৰূপান্তৰ হৈছে। কাৰণ এবাৰ ৰুলে পাঁচ-দহ বছৰলৈ মধুৰীৰ গছে ফল দিয়ে। ছবিত দেখা এই জাতৰ মধুৰীবোৰ একেবাৰে কম দিনত আৰু চাপৰতে লাগে। আমাৰ থলুৱা মধুৰীতকৈ এই জাতৰ মধুৰীসমূহ কম দিনত লাগে আৰু ব্যৱসায়িকভাৱে লাভান্বিত হোৱাৰ স্থল থাকে। এই জাতসমূহৰ মধুৰী খেতি যদি কোনো কৃষকে কৰিব বিচাৰে তেতিয়া সঞ্জয় চাংকাকতিৰ লগত 7896035212 নম্বৰত যোগাযোগ কৰি এই ধৰণৰ মধুৰী খেতি কেনেদৰে কৰিব লাগে আৰু পুলি ক’ত পাব- এই বিষয়ে জানিব পাৰিব। লগতে পঢ়ক- Cow-breeding : অসমৰ কৃষিখণ্ডৰ উন্নয়নত পৰম্পৰাগত গো-পালনৰ বাধা English Summary: Madhuri Cultivation in Ass Published on: 27 January 2023, 06:25 IST