Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 29 December, 2020 4:01 PM IST
Sesame

তিল এবিধ অতি উপকাৰী তৈল্য শস্য। তেল উৎপাদন কৰাৰ বাহিৰেও ইয়াক বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। হিন্দুসকলৰ ধৰ্মীয় কাৰ্য্যত তিল অপৰিহাৰ্য। অসম, বংগ আদিত ভোগালী বিহু বা মাকৰ সংক্ৰান্তিৰ সময়ত তিলৰ লাড়ু, তিলপিঠাৰ ব্যৱহাৰ উল্লেখ্যযোগ্য। তিল ক’লা আৰু বগা দুই ৰঙৰ পোৱা যায় যদিও ক’লা ৰঙৰ তিলৰ ব্যৱহাৰ বেছি লাভদায়ক।

তিলৰ উপকাৰিতা সম্পৰ্কে তলত উল্লেখ কৰা হ’ল।

  • মুখৰ বা জিভাৰ ঘা হ’লে আধা চামুচ তিল তেলৰ লগত নামমাত্ৰ সৈন্ধৱ লৱণ মিলাই লগালে আৰাম পোৱা যায়।
  • মূলা বেছিকৈ খাই অজীৰ্ণ হ’লে, কেইটামান তিল চোবাই খালে আৰাম পোৱা যায়।
  • ঘনকৈ প্ৰস্ৰাৱ হ’লে তিলৰ লাড়ু পুৱা গধূলি খাওক।
  • শীতকালত বিশুদ্ধ তিল তেলেৰে মালিচ কৰিলে শৰীৰৰ তাপ বাঢ়ে আৰু ছালৰ শুস্কতা নাইকিয়া হয়।
  • খালী পেটত দুচামুচ ক’লা তিল চোবাই এগিলাছ ঠাণ্ডা পানী খালে অৰ্শ ৰোগত আৰাম পোৱা যায়।
  • বগা তিল বটি মাখনৰ লগত মিহলাই মুখত ঘঁহিলে মুখৰ ব্ৰণ, দাগ আদি নাইকিয়া হৈ মুখ উজ্জ্বল হৈ পৰে।
  • পায়খানাৰ লগত তেজ পৰিলে ক’লা তিল বটি মিচিৰি আৰু ছাগলী গাখীৰৰ লগত খালে আৰাম পোৱা যায়।
English Summary: Benefits of Sesame
Published on: 24 January 2019, 07:12 IST