Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 May, 2021 8:30 AM IST
Black Fungus

   মিউক'মাইকোচিছ (ব্লেক ফাংগাছ) হৈছে এক ভেঁকুৰৰ সংক্রমণ যি মুলতঃ নিম্ন ৰােগ প্ৰতিৰােধ ক্ষমতা থকা বা অন্যান্য স্বাস্থ্য সমস্যাৰ বাবে ঔষধ গ্রহণ কৰি থকা লােকসকলক প্রভাৱিত কৰে। যিয়ে তেওঁলােকৰ পৰিৱেশজনিত কাৰকৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা হ্রাস কৰে, প্ৰদূষিত বায়ুৰ পৰা উশাহৰ মাধ্যমেৰে এই ফাংগাছ এজন ব্যক্তিৰ শৰীৰত প্রবেশ কৰে, যাৰ ফলত কেতিয়াবা এনে ব্যক্তিৰ চাইনাছ বা হাঁওফাঁও আক্রান্ত হয়। অতি কম সংখ্যক লােকৰ ইয়াৰ ফলত গুৰুতৰ ৰােগ হ'ব পাৰে যি মাৰাত্মকো হ'ব পাৰে।

লক্ষণ (Symptoms)

* মুখফুলা (সাধাৰণতে এফালৰ)

* নাক বা ছাইনাছৰ বিষ

* মুৰৰ বিষ

* নাকৰ ওপৰৰ অংশত আৰু মুখৰ ভিতৰৰ ওপৰৰ অংশত হােৱা ক'লা ঘাঁ, যি দ্রুত গতিৰে অধিক গুৰুতৰ হৈ পৰে। কাহ, বুকুৰ বিষ আৰু উশাহ চুটি হােৱা ফোঁহা বা আলচাৰ আৰু সংক্রমিত স্থান ক'লা হ'ব পাৰে।

* কোনাে ঘাঁৰ চাৰিওফালে বিষ হােৱা আৰু গৰম অনুভৱ কৰা বা অত্যাধিক ৰঙা পৰা ওকালি অহা, বমি হােৱা বা গেষ্ট্রোইনটেস্টাইনেল ৰক্তক্ষৰণ ৷

আৰু পঢ়ক- গুটিকালাম কেনেদৰে কৰিব লাগে? ইয়াৰ লাভালাভবোৰ কি কি (Effective Way to grafting fruits Trees)

বিপদ শংকাৰ কাৰকসমূহ

* অনিয়ন্ত্রিত ডায়েবেটিচ, বিশেষকৈ কিটোএচিডােচিছৰ সৈতে ডায়েবেটিছ

* কৰ্কট ৰােগ

* অংগ সংৰােপণ

* স্টেম কোষ সংৰােপণ

* শ্বেত ৰক্ত কণিকাৰ কম সংখ্যা

* ষ্টেৰইডৰ দীর্ঘকালীণ ব্যৱহাৰ

* শৰীৰত অত্যাধিক আইৰণ থাকিলে অস্ত্রোপচাৰ, পােৰা বা আঘাতৰ ফলত ছালৰ ঘাঁ।

প্রতিৰোধৰ উপায় (Prevention)- 

* ধূলিময় এলেকা পৰিহাৰ কৰিবলৈ চেষ্টা কৰক যদি আপুনি ইয়াক এৰাই চলিব নােৱাৰে তেন্তে এন95 মাস্ক পিন্ধি যাব।।

* পানী জমা হােৱা অট্টালিকা বা বানপানীৰ ফলত জমা হােৱা লেতেৰা পানীৰ সৈতে পােনপটীয়া সংস্পর্শ পৰিহাৰ কৰিব।

* বাহিৰৰ কার্যকলাপ যেনে বাগিচাৰ তদাৰক আদি কৰোঁতে জোতা, দীঘল পেন্ট আৰু দীঘল হাতৰ চাৰ্ট পিন্ধিব।

* মাটিৰ কাম কৰাৰ সময়ত হাত মােজা পিন্ধিব।

* চাবােন আৰু পানীৰে ছালৰ আঘাত ভালদৰে ৷ পৰিষ্কাৰ কৰক।

আৰু পঢ়ক- এতিয়া মহিন্দ্ৰাৰ টেক্টৰ ক্রয় কৰি লাভ কৰক এক লাখ টকাৰ স্বাস্থ্য বীমা (M&M announces ₹1-lakh health insurance for new tractor customers)
English Summary: what is Black Fungus it's symptoms and prevention
Published on: 23 May 2021, 07:44 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now