Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 June, 2021 2:41 PM IST
Heart Attack (Photo Credit: Google)

   খাদ্য স্বাস্থ্যসন্মত, কম চৰ্বিযুক্ত, কম নিমখ থকা, আঁহযুক্ত আৰু জটিল কাৰ্বহাইড্ৰেট থকা হ’ব লাগে। অতি বেছি ওজন থকা লোকসকলে ওজন কমোৱাৰ উপায় অৱলম্বন কৰিব লাগে। যথাসম্ভৱ শাৰিৰীক ব্যায়াম কৰিব লাগে। ধূমপান একেবাৰে পৰিহাৰ কৰিব লাগে। যিসকলৰ মধুমেহ ৰোগ, উচ্চ ৰক্তচাপ বা বেছি কলেষ্ট্ৰৰেল আছে তেওঁলোকে এইবোৰ স্বাভাৱিক অৱস্থাত ৰাখিবলৈ নিয়মীয়াকৈ ঔষধ গ্রহণ কৰিব লাগে।

হৃদযন্ত্ৰ স্তব্ধ:

  হৃদযন্ত্ৰই যেতিয়া স্বাভাৱিকভাৱে শৰীৰৰ আন অংগলৈ তেজ পৰিবহন কৰিব নোৱাৰে তেতিয়াই হৃদযন্ত্ৰ স্তব্ধ হয়। অৱশ্যে মনত ৰাখিব হৃদযন্ত্ৰ স্তব্ধ মানে হৃদযন্ত্ৰই কাম কৰিবলৈ একেবাৰে বন্ধ কৰি দিয়া নহয় বা হৃদযন্ত্ৰ বিকলো নহয় (যিসকলৰ আগতে হৃদযন্ত্ৰ বিকল হৈছিল, তেনে লোকৰ হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ সম্ভাৱনা বেছি)। ইয়াক কনজেছটিভ হৃদযন্ত্ৰ স্তব্ধও বোলা হয়। কনজেছটিভৰ অৰ্থ হ’ল শৰীৰৰ তৰল পদার্থৰ পৰিমাণ বাঢ়ি যোৱা, কাৰণ হৃদযন্ত্ৰই স্বাভাৱিকভাৱে পাম্প কৰিব পৰা নাই।

আৰু পঢ়ক- দেহৰ ছাল ভালে থাকিবলৈ কি ১০ বিধ খাদ্য নাখাব

হৃদযন্ত্ৰ স্তব্ধৰ কাৰণ -

   হৃদযন্ত্ৰ স্তব্ধৰ বহুতো কাৰণ থাকে। কেতিয়াবা প্ৰকৃত কাৰণ পোৱা নাযায়। হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ কেইটামান কাৰণ তলত আলোচনা কৰা হ’ল:

  • কৰ’নেৰী নলীৰ ৰোগ (যেতিয়া হৃদযন্ত্ৰলৈ তেজ যোগানৰ প্ৰক্ৰিয়া আংশিক বা সম্পূৰ্ণৰূপে বাধাগ্ৰস্থ হয়)।
  • হৃদযন্ত্ৰৰ পেশীবোৰত নিজে নিজে সমস্যাৰ সৃষ্টি হোৱা।
  • উচ্চ ৰক্তচাপ।
  • হৃদযন্ত্ৰৰ কোনো এটা ভালভৰ সমস্যা হোৱা।
  • অস্বাভাৱিক হৃদস্পন্দন।
  • বিষাক্ত পদাৰ্থ সেৱন (মাদক দ্ৰব্য বা নিচাযুক্ত ড্ৰাগছ)।
  • জন্মগত হৃদযন্ত্ৰৰ ৰোগ (হৃদযন্ত্ৰৰ সমস্যা বা বিসংগতিসহ জন্ম লোৱা।)
  • মধুমেহ ৰােগ।
  • থাইৰয়ডৰ সমস্যা।
আৰু পঢ়ক- আপুনি প্রয়োজনতকৈ অধিক শকত নেকি? এসপ্তাহৰ ভিতৰতে আপোনাৰ অলাগতিয়াল চর্বি আৰু ওজন কমাওক; জানক কেনেকৈ

হৃদযন্ত্ৰ স্তব্ধৰ লক্ষণ? 

কোনো ব্যক্তিৰ হৃদযন্ত্ৰ স্তব্ধ হ’লে, উশাহ চুটি হোৱা (সাধাৰণতে খোজ কাঢ়িলে, ওখ ঠাই বা চিৰি বগালে বা আন কাম-কাজ কৰিলে)।

   শুই থকা সময়ত উশাহ চুটি হোৱা। ভোক নলগা। নিশা হঠাতে সাৰ পোৱা, উশাহ বন্ধ হোৱা অৱস্থা। সাধাৰণ দূৰ্বলতা আৰু ভাগৰুৱা ভাব, ব্যায়াম কৰিবলৈ অপৰাগ হোৱা। হাত, ভৰি আৰু গেৰুৱা উখহি উঠা। পেট উখহি উঠা। অস্বাভাৱিক আৰু ঘন হৃদস্পন্দন। ঘনাই ওজন বৃদ্ধি (দিনত ১-২ পাউণ্ডকৈ একেৰাহে তিনিদিন)। বহুদিন ধৰি কাঁহ হোৱা আৰু উশাহ-নিশাহ লওঁতে শব্দ হোৱা। বমি ভাৱ অহা।

হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ পৰা কেনেদৰে ৰক্ষা পাব -

খাদ্য:কম নিমখ, চৰ্বী আৰু কলেষ্ট্ৰৰেল থকা খাদ্য গ্ৰহণ। মাদক দ্ৰব্য আৰু ধূমপাণ পৰিহাৰ। বহু হৃদযন্ত্ৰ স্তব্ধ হোৱা ৰোগীয়েও ব্যায়াম কৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শ মতে কেনেকৈ কিমান সময়ৰ বাবে কেনে ধৰণৰ ব্যায়াম কৰিব লাগে সেই কথা জানি লব লাগে। আপোনাৰ যদি প্রয়োজনতকৈ অধিক ওজন আছে তেন্তে কমাব চেষ্টা কৰক। 

উৎস - হেল্থফিটি ফেসবুক পেজ

আৰু পঢ়ক- অমৃতসম ত্ৰিফলা আপুনি ঘৰতে কেনেদৰে প্রস্তুত কৰিব আৰু ইয়াৰ উপকাৰিতা সমূহ কি কি?
English Summary: How to save yourself from getting heart fail
Published on: 17 June 2021, 11:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now