Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 9 March, 2023 2:01 PM IST
Apply for a ayushman card

আয়ুষ্মান ভাৰত প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বাবে নামভৰ্তি কৰিলেনে?  যদিহে কৰা নাই, তেন্তে শীঘ্ৰে এই কাম কৰাই লওক। কিয়নো আয়ুষ্মান ভাৰতৰ অধীনত যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব নগদবিহীন চিকিৎসা। প্ৰতিবছৰে প্ৰতি যোগ্য পৰিয়াললৈ ৫ লাখ টকা পর্যন্ত চিকিৎসা সাহায্য আগবঢ়াব চৰকাৰে।

ইয়াত আপুনি বিনামূলীয়াকৈ নামভর্তি কৰিব পাৰে। আয়ুষ্মান ভাৰত- প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আশা, এম পি ডব্লিউ, বীমা সখী, বেংক সখী, ডিজিপে সখীকে ধৰি কেৱল চৰকাৰী ফ্ৰণ্টলাইন কর্মীসকলকহে বিনামূলীয়াকৈ নামভৰ্তি আৰু e-KYC কৰাৰ বাবে কৰ্তৃত্ব দিয়া হৈছে।

লগতে পঢ়ক- 

ছাইনাছাইটিছ কিয় হয় আৰু ঘৰতে কিদৰে নিৰ্মূল কৰিব পাৰি এই ৰোগ!

ayushman card

নামভৰ্তি বা আই ডি কাৰ্ড গ্ৰহণৰ সময়ত ধন দাবীৰ দৰে যিকোনো ঘটনাৰ সন্মূখীন হ’লে সেই বিষয়ে অভিযোগ দিয়ক grievance@aaasassam.in ত। নাইবা টোল ফ্ৰী নম্বৰ ১৮০০১০৩৯৯৭৫ ত ফোন কৰিও আপুনি অভিযোগ দাখিল কৰিব পাৰিব। তদুপৰি নিকটতম আৰক্ষী চকীতো আপুনি সহজে আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব।

গতিকে দেৰি নকৰি সোণকালে আপোনাৰ অঞ্চলৰ আশা, এম পি ডব্লিউ, বীমা সখী, বেংক সখী, ডিজিপে সখীৰ লগত যোগাযোগ কৰি আয়ুষ্মান ভাৰত প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধিনত আই ডি কাৰ্ড এটা বনাই লওঁক।

লগতে পঢ়ক- 

উদ্যমী ৰূপজ্যোতি বৰা এতিয়া হৈ পৰিছে যোৰহাটৰ এক চিনাকী নাম

English Summary: How do apply for a ayushman card
Published on: 09 March 2023, 02:00 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now