Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 March, 2022 6:38 PM IST
ফলৰ ৰজা আম

আম হৈছে এবিধ ক্ৰান্তীয় গছ, যাক ভাৰতৰ বিভিন্ন প্ৰান্তত খেতি কৰা হয় । আমৰ আছে বহুকেইটা স্বাস্থ্যৰ উপৰিকতা । যাৰ বাবে আমক ফলৰ ৰজা বুলিও কোৱা হয় । জনো আহক আমৰ কি কি উপকাৰিতা আছেঃ

আম এবিধ Fiber, Vitamins, Minerals, and Polyphenolic Flavonoid Antioxidant ৰ সমৃদ্ধ উৎস।

বৈজ্ঞানিক সকলৰ তথ্য অনুসৰি, মলাশয়, স্তন, লিউকেমিয়া আৰু প্ৰষ্টেট কৰ্কটৰোগৰ পৰা ৰক্ষা পাবৰ বাবে আম খাব পাৰে । কেইবাটাও বৈজ্ঞানিক গৱেষণা অনুসৰি, আম পলিফেনোলিক এণ্টিঅক্সিডেণ্ট উপাদানবোৰে স্তন আৰু মলাশয়ৰ কৰ্কটৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে বুলি কোৱা হয় ।

ভিটামিন এ আৰু ফ্লেভোনইড যেনে, কেৰোটিন, আৰু ক্ৰিপ্টোক্সান্থিন আমত প্ৰচুৰ পৰিমাণে থাকে । 100 গ্ৰাম সতেজ ফলত 1080 আই.ইউ. ভিটামিন এ বা দৈনিক প্ৰয়োজনীয় পৰিমাণৰ 36% থাকে। এই ৰাসায়নিক পদাৰ্থবোৰৰ এণ্টিঅক্সিডেণ্ট বৈশিষ্ট্য আছে আৰু দৃষ্টিশক্তি উন্নত কৰাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ ।

গাৰ ছাল সুন্দৰ কৰি ৰাখিবলৈও মানুহৰ দেহত প্ৰয়োজন হয় ভিটামিন-এ আৰু আমে মানুহৰ দেহত ভিটামিন -এ যোগান ধৰে ।

সতেজ আমত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে। ১০০ গ্ৰাম ফলত ১৬৮ মিলিগ্ৰাম পটাছিয়াম আৰু মাত্ৰ ১ মিলিগ্ৰাম ছডিয়াম থাকে। পটাছিয়ামে মানুহৰ হৃদস্পন্দন আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।আমৰ বাকলি হৈছে ফাইটোনিউট্ৰিয়েণ্টৰ(Phytonutrients)এক সমৃদ্ধ উৎস । ই কেৰোটিনইড আৰু পলিফেনলৰ দৰে এক এণ্টিঅক্সিডেণ্ট।

লগতে পঢ়কঃঅসহ্যকৰ গৰম ! ৪১ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব তাপমাত্ৰা

English Summary: Health Benefits of Mangoes
Published on: 25 March 2022, 02:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now