Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 31 August, 2021 10:55 PM IST
Health benefits of Cherry fruit

আপুনি বাত(arthritis) বিষত ভূগিছে নেকি? হয়তো আপুনি নিজৰ ওপৰত এইবুলি বিশ্বাস হেৰুৱাই পেলাইছে যে, আপোনাৰ এই অসূখ কোনোদিন ভাল নহব। আজিকালি এই বেমাৰ বৰ সাধাৰণ হৈ আহিল। গাঠিঁ বোৰ ফূলিছে.....গাঠিঁৰ বিষে আপোনাক জ্বলা-ক’লা খূৱাইছে.....আপোনাৰ মন ভাঙি আহিছে, বহু ডাক্টৰৰ ওচৰত চিকিৎসা লৈও কোনো কাম অহা নাই। জীৱনে আপুনাক নিৰাশ কৰি তুলিছে। তেনেহলে আপুনি এতিয়া ভাল নহব বুলি বহি থাকিব নেকি ?

এতিয়া মই আপোনাক কম যে বাত বিষ কিছুমান কাৰ্যৰ দ্বাৰা নিৰাময় হয়। তেন্তে মোৰ কথা শুনক।

(১) মনত সাহস ৰাখক যে আপুনি ভাল হ’বই । মনত সেই শক্তি সঞ্চয় কৰক।

(২) বাত বিষত আপুনি আন সাধাৰণ মানুহৰ দৰে বেচিকৈ খোজ কঢ়া বা ব্যায়াম কৰিব নোৱাৰিব। লঘূ ব্যায়াম নিয়মিত কৰক। আপুনি সকলো বিধৰ ব্যায়াম কৰাৰ পৰা বিৰত থাকক। যিকোনো ব্যায়াম নকৰিব। এজন পটু (expert) ডাক্টৰ বা শৰীৰবিদৰ লগত আলোচনা কৰিহে ব্যায়াম কৰিব। গৰম বা ঠাণ্ডা সেক (যিদৰে আপোনাৰ প্ৰয়োজন হয় সেইটো) নিতৌ ল’ব। স্বাস্থ্য সন্মত খাদ্য খাওঁক আৰু ভাল টোপনিৰ প্ৰতি গুৰুত্ব বঢ়াওঁক। তেল মচলা মাংস চালানী মাছ মুঠেই বাদ দিয়ক।

(৩) চেৰি নামৰ (cherries ) ফলবিধ নিতৌ খোৱাৰ ব্যৱস্থা কৰক। চেনী চিৰাত ডুবুৱাই ৰখা আমি কেক বা হালোৱাত দিবলৈ অনা processing কৰা ৰঙা- ৰঙা চেৰিবোৰ নহয় কিন্ত্ত। সতেজ চেৰি অনাৰ ব্যৱস্থা কৰক। বহু শতিকা ধৰি ইউৰোপ বা জাপান ইত্যাদি দেশৰ মানুহে ইয়াক শৰীৰৰ বহুতো উপকাৰ সাধনৰ বাবে খাই আহিছে। ইয়াৰ এনে এক শক্তি আছে যি শৰীৰৰ যিকোনো বিষৰ উপশম কৰাৰ লগতে আগতে কোনো ঔষধে নিৰাময় কৰিব নোৱাৰা বাত বিষকো নিৰ্মূল কৰিবলৈ সক্ষম হৈ আহিছে। চেৰিত সাংঘাতিক ভাবে কাম অহা এক anti-Oxidant থাকে যি গাঠিঁ ফূলা আৰু ইয়াৰ বিষ নিৰ্মূল কৰে। সেয়ে আজিকালি উন্নত দেশত বহুতো বিজ্ঞানীয়ে চেৰি ৰসৰ পৰা বিষ নিৰাময়কাৰী ঔষধ প্ৰস্ত্তত কৰি উলিয়াইছে। ইয়াৰ ব্যৱহাৰে প্ৰধানকৈ gout আৰু osteoarthritis বেমাৰত অতি সুফল দিয়ে। চেৰিক ঈশ্বৰ প্ৰদত্ত এক বিষ নিৰাময়কাৰী ফল হিচাবেহে ঈউৰোপত জনা যায়। গতিকে ফল নিয়মিত খাওঁক। ঈশ্বৰে নিশ্চয় আপোনাক এইৰোগৰ পৰা পৰিত্ৰাণ কৰিব।

English Summary: Health benefits of eating cherry
Published on: 31 August 2021, 10:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now