Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 February, 2021 10:21 PM IST
Eggs is may dangerous for your health know here why

  আপোনাৰ বা মোৰ বাবে কণী এটা অতি প্ৰিয় খাদ্য। নহব বা কিয় কণীৰ কুহুমৰ যিটো সোৱাদ৷ ইয়াৰ বাবেই সৰু লৰা-ছোৱালী সকলৰ আটাইতকৈ বেছি প্রিয়। অৱশ্যে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত কণী এটা অস্বাভাৱিক নহয়। কিন্তু আপুনি জানেনে এক নতুন গৱেষণাত পোৱা মতে কণীয়ে শৰীৰৰ ডাঙৰ ক্ষতি কৰিব পাৰে। কণী শৰীৰৰ বাবে ভাল, যত প্ৰ'টিন যথেষ্ট পৰিমাণে পোৱা যায়, এইটো আমি সকলোৱে জানো।

  সেইবাবে ঘৰৰ সৰু সদস্যৰ পৰা বৃদ্ধলৈকে কেতিয়াবা টিফিনত, কেতিয়াবা দুপৰীয়া আহাৰত, সকলোতে কণীৰ এটা বিশেষ স্থান আছে।

এখন ৰাষ্ট্রীয় পত্ৰিকাত প্ৰকাশ পোৱা অনুসৰি অত্যাধিক কণী খোৱা দেহৰ বাবে ক্ষতিকাৰক হব পাৰে, এই তথ্য শেহতীয়াকৈ পোৱা গৈছে ৷ বিশেষজ্ঞসকলে কয় যে অত্যাধিক কণী খালে শৰীৰত কলেষ্টৰেলৰ সমস্যা হ'ব পাৰে। ইয়াৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত হৃদৰোগ পর্য্যন্ত হ'ব পাৰে।

  কণীৰ ফলত আৰ্থ্ৰাইটিছ হয়। এইটো বহুতে নাজানে আৰু ভূল কৰে। সেয়েহে অতিৰিক্ত কণী খোৱা কেতিয়াও স্বাস্থ্যৰ বাবে ভাল নহয়।

   কণীৰ পিছত, চাহ খালে শৰীৰৰ কোষ্ঠকাঠিন্য সমস্যা হয়। সেয়েহে যিসকলে ৰাতিপুৱাৰ আহাৰত কণী খাব বিচাৰে তেওঁলোকে সাৱধান হ'ব লাগে।

আপোনাৰ যদি গেষ্ট্ৰিকৰ সমস্যা আছে আপুনি কনী নোখোৱাই আপোনাৰ বাবে মংলল। গতিকে যদি এনেবিলাক ৰোগ আপোনাৰ শৰীৰত আছে, আপুনি ডায়েটিচিয়ানৰ পৰামর্শ লৈহে কণী খাব লাগে।

  কণী আৰু চেনী একেলগে মিহলি কৰিলে ক্ষতিকাৰক এমিনো এচিড হয়। ই তেজৰ চলাচলত বাধা দিয়ে। গতিকে কণীৰ সৈতে চেনী নাখাব।

 

English Summary: Eggs is may dangerous for your health know here why
Published on: 05 February 2021, 10:21 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now