Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 January, 2022 5:42 PM IST
Kisan Credit Card for Farmer

কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ (Kisan Credit Card Scheme) অধীনত কৃষকসকলক ঋণ প্ৰদান কৰা হয় । ইয়াৰ জৰিয়তে কৃষকসকলে কৃষি খণ্ডৰ সৈতে সম্পৰ্কিত যিকোনো কাম কৰিব পাৰে । যিসকল কৃষকে শস্য, সাৰ, বীজ আদি ৰোৱাৰ বাবে ঋণ ল'ব বিচাৰে, তেওঁলোকে প্ৰথমে পিএম কেচিচি যোজনাৰ বাবে আবেদন কৰি কেচিচি (Kisan Credit Card) বনাব লাগিব । তেতিয়াহে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে ।

এই কাৰ্ডখনত, কৃষকসকলে গেৰাণ্টি অবিহনে 3 লাখৰ পৰা 5 লাখ টকালৈকে ঋণ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব । কৃষকসকলে ইয়াৰ জৰিয়তে মাত্ৰ ৪ শতাংশ সূত পৰিশোধ কৰিব লাগিব । কৃষকসকলে ইমান কম হাৰত এই সুবিধা আন কোনো ঠাইত নাপাব । এনে পৰিস্থিতিত, যিসকল কৃষকে এতিয়ালৈকে কিষাণ ক্ৰেডিট কাৰ্ড বনোৱা নাই তেওঁলোকে সোনকালেই ইয়াৰ বাবে আবেদন কৰক, তেতিয়াহে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব ।

আপুনি কিমান ৰেহাই পাব?

কিষাণ ক্ৰেডিট কাৰ্ড (Kisan Credit Card )ত চৰকাৰে 2% লৈকে ৰাজসাহায্য প্ৰদান কৰে । যদি ঋণৰ পৰিমাণ হিতাধিকাৰী কৃষকে সময়মতে পৰিশোধ কৰে তেনে ক্ষেত্ৰত চৰকাৰে কৃষকসকলক ৩ শতাংশলৈকে ৰেহাই দিয়ে । আপোনাক কওঁক যে কিষাণ ক্ৰেডিট কাৰ্ডত ঋণৰ পৰিমাণৰ ওপৰত মাত্ৰ ৪% সূত পৰিশোধ কৰিব লাগিব । যদি এজন হিতাধিকাৰী কৃষকে ঋণৰ পৰিমাণ সময়মতে পৰিশোধ নকৰে তেনেহ'লে শেষত সেই হিতাধিকাৰী কৃষকে ৩% ৰেহাইৰ সুবিধা নাপায় । কেৱল সেয়াই নহয়, কৃষকে ৭% হাৰত সূত পৰিশোধ কৰিব লাগিব

কি কি নথি পত্ৰৰ প্ৰয়োজন হ'

কিষাণ ক্ৰেডিট কাৰ্ড প্ৰাপ্ত কৰিবলৈ কৃষকসকলক কিছুমান প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন হ'ব । ইয়াৰ বাবে কৃষকৰ  প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত একাউণ্ট থকাটো বাধ্যতামূলক হ'ব । নথিপত্ৰৰ তালিকা তলত দিয়া হৈছে-

  • পৰিচয় পত্ৰ
  • ঠিকনাৰ প্ৰমাণ
  • ম'বাইল নম্বৰ

পিএম কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে নিম্নলিখিত ধৰণে আবেদন কৰক

কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে যদি আপুনি অনলাইন আবেদন কৰিববলৈ কৃষক হ’ব লাগিব । তেওঁলোকে অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ গৈ নিম্নলিখিত ধৰণে আবেদন কৰিব পাৰে

  • প্ৰথমে অফিচিয়েল ৱেবছাইটচাওক
  • প্ৰপত্ৰখন ডাউনলোড কৰক
  • প্ৰপত্ৰখন প্ৰিণ্ট আউট কৰক
  • প্ৰপত্ৰখন পূৰণ কৰক আৰু প্ৰপত্ৰখনৰ সৈতে প্ৰয়োজনীয় নথিপত্ৰ যোগ দিয়ক
  • তাৰ পিছত আপোনাৰ একাউণ্ট থকা বেঙ্কত প্ৰপত্ৰখন জমা দিব
  • এনেদৰে আপোনাৰ পিএম কিষাণ ক্ৰেডিট কাৰ্ড লাভ কৰিব

লগতে পঢ়কঃ Vidhwa Pension Yojna 2022: কেনেকৈ কৰিব আবেদন, জানক সবিশেষ

English Summary: Kisan Credit Card Loan
Published on: 06 January 2022, 05:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now