1. কৃষি সঁজুলি

Solar dryer ত মাছ শুকোৱা কৌশল

KJ Staff
KJ Staff
Solar Dryer
Solar Dryer

আজিকালি Solar drierৰ সহায়ত বিজ্ঞানসন্মতভাৱে মাছ শুকুৱাব পাৰি। সম্পূৰ্ণ বন্ধ অৱস্থাত বাহিৰৰ ধূলি-মাকতিৰ পৰা মুক্ত কৰি ৰাখি মাছ শুকালে মাছৰ বজাৰ চাহিদা বেছি হয়। এনে Solar drierত কেইবাখনো প্লেট থাকে আৰু মাছৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এইবাৰতে ৫০ কিঃ গ্ৰাঃ, ১০০ কিঃ গ্ৰাঃ, ২৫০ কিঃ গ্ৰাঃ মাছ শুকাব পৰা দ্ৰায়াৰ বজাৰত উপলব্ধ হৈছে। ইতিমধ্যে সাগৰীয় উপকূলৰ মাছমৰীয়াসকলে Solar drierত মাছ শুকোৱা প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি লাভৱান হৈছে।

এই সন্দৰ্ভত বিস্তৃত জানিবৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে-

Teewave Technologies

167/A, phase-II, IDA Cherlapally

Hyderabad-51, Phone No. 098499-96309                       

(উৎসঃ অসমীয়া খবৰ)          

English Summary: Solar Dryer for drying fish

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.