1. শিক্ষা

কৃষি বিভাগত বৃহৎ নিযুক্তি 2021 – 1837 খালী পদৰ বাবে বিজ্ঞাপন মুকলি

KJ Staff
KJ Staff
Assam Agriculture Department recruitment 2021
Assam Agriculture Department recruitment 2021

  গৌহাটি বিশ্ববিদ্যালয়ে কৃষি বিভাগ, অসম, খানাপাৰা আৰু ইয়াৰ জিলা কাৰ্যালয়ৰ অধীনত ১৮৩৭ তৃতীয় বর্গ আৰু চতুর্থ বর্গ পদৰ নিয়োগৰ বাবে এক জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰে।

আবেদনৰ শেষ তাৰিখ: 13/03/2021

পদৰ বিৱৰণ :-

1. কৃষি সম্প্ৰসাৰণ সহায়ক(Agriculture Extension Assistant)

খালী পদৰ সংখ্যা: 1581 টা পদ

পে স্কেল: 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

 

2. জুনিয়ৰ সহায়ক (Junior Assistant)

খালী পদৰ সংখ্যা: 200 টা পদ

মুখ্য কাৰ্যালয়: 47 টা পোষ্ট

জিলা কাৰ্যালয়: 153 টা পদ

পে স্কেল: 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

 

3. ষ্টেনো গ্রাফাৰ (Stenographer)

খালী পদৰ সংখ্যা: 08 টা পদ

পে স্কেল: 14,000 টকা – 60,500 টকা আৰু 8,700 টকাৰ গ্ৰেড পে

 

4. ষ্টেনো-টাইপিষ্ট (Steno-Typist)

খালী পদৰ সংখ্যা: 05 টা পদ

 ইংৰাজী: 04 টা পদ

অসমীয়া: 01 টা পদ

পে স্কেল: 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

 

5. ইলেক্ট্ৰিচিয়ান (Electrician)

খালী পদৰ সংখ্যা: 04 টা পদ

পে স্কেল: 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

 

6. PI/FI/FS/কম্পিউটাৰ

খালী পদৰ সংখ্যা: 24 টা পদ

পে স্কেল: 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

 

7. মেকানিক 

খালী পদৰ সংখ্যা: 06 টা পদ

পে স্কেল: 14,000 টকা – 60,500 টকা আৰু 5,600 টকাৰ গ্ৰেড পে

 

8. গ্ৰেড-IV

খালী পদৰ সংখ্যা: 09 টা পদ

পে স্কেল: 12,000 টকা – 35,000 টকা আৰু 3,900 টকাৰ গ্ৰেড পে

কৃষি বিভাগ নিয়োগৰ যোগ্যতা -

  এই সমূহ খালীপদৰ বাবে কেৱল চুটিকৈ বিভাগীয় কতৃপক্ষই বিজ্ঞাপন মুকলি কৰিছে। অধিক বিৱৰণৰ বাবে আবেদনকাৰীসকলক 27 ফেব্ৰুৱাৰী, 2021 ৰ পৰা গৌহাটি বিশ্ববিদ্যালয়ৰ www.gauhati.ac.in ৱেবছাইটত চাব অনুৰোধ কৰা হৈছে। প্ৰাৰ্থীসকলে নিয়মীয়াকৈ অধিক আপডেটৰ বাবে এই পৃষ্ঠাটো দৰ্শন কৰিব পাৰে।

কৃষি বিভাগ নিয়োগ-২০২১ ৰ গুৰুত্বপূৰ্ণ তাৰিখ

  • অনলাইন আবেদনৰ তাৰিখ: 27 ফেব্ৰুৱাৰী 2021
  • অনলাইন আবেদনৰ অন্তিম তাৰিখ: 13 মাৰ্চ 2021

 

কৃষি বিভাগ নিয়োগৰ বাবে কেনেকৈ আবেদন কৰিব লাগে

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে গৌহাটি বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট গৈ অনলাইন আবেদন gauhati.ac.in কৰিব পাৰে।

 

কৃষি বিভাগৰ খালী পদৰ গুৰুত্বপূৰ্ণ ৱেব-লিংক

চমু অধিসূচনা: ইয়াত ক্লিক কৰক

বিজ্ঞাপনৰ বিৱৰণ: coming soon

 

অসম চৰকাৰৰ মৎস বিভাগত চাকৰি: আবেদন কৰক (Assam Fishery department recruitment 2021-22)

English Summary: Assam Agriculture Department invited applications for the post 1857 in various disciplines

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.