1. শিক্ষা

অসম কৃষি বিশ্ববিদ্যালয়ত চাকৰি 2021: 157 ADO., সহকাৰী কৃষি অভিযন্তা আৰু জুনিয়ৰ অভিযন্তা পদৰ বাবে অনলাইন আবেদন কৰক

KJ Staff
KJ Staff
Assam agricultural University invited applications for various posts from eligible candidates
Assam agricultural University invited applications for various posts from eligible candidates

   অসম কৃষি বিশ্ববিদ্যালয় (AAU) চাকৰি ২০২১: অসম কৃষি বিশ্ববিদ্যালয় (AAU) ত ADO , সহায়কাৰী কৃষি অভিযন্তা আৰু জুনিয়ৰ অভিযন্তা পদৰ বাবে আবেদন বিচৰা হৈছে। আগ্ৰহী আৰু যোগ্য আবেদনকাৰীসকলে 15 ফেব্ৰুৱাৰী 2021 তাৰিখে বা তাৰ আগতে নিৰ্ধাৰিত আবেদন ফৰ্মেটৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয় (AAU) নিয়োগ অধিসূচনা 2021ৰ বাবে আবেদন কৰিব পাৰে।

   অসম কৃষি বিশ্ববিদ্যালয় (AAU)য়ে ১৫৭ টা কৃষি উন্নয়ন বিষয়া (ADO), সহায়কাৰী কৃষি অভিযন্তা, জুনিয়ৰ অভিযন্তা পদৰ বাবে এখন আনুষ্ঠানিক অধিসূচনা (অসম কৃষি বিশ্ববিদ্যালয় নিয়োগ ২০২১) মুকলি কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে।

গুৰত্বপূর্ণ তাৰিখ:

অনলাইন আবেদনৰ আৰম্ভনীৰ তাৰিখ: ০৩, ফেব্রুৱাৰী ২০২১

অনলাইন আবেদনৰ আৰম্ভনীৰ তাৰিখ:১৫, ফেব্রুৱাৰী ২০২১

অসম কৃষি বিশ্ববিদ্যালয় (AAU), কৃষি উন্নয়ন বিষয়া (ADO), সহায়কাৰী কৃষি অভিযন্তা, জুনিয়ৰ অভিযন্তাৰ খালী পদৰ বিৱৰণ:

কৃষি উন্নয়ন বিষয়া (ADO): 109 পদ

সহায়কাৰী কৃষি অভিযন্তা (AAE): 09 পদ জুনিয়ৰ অভিযন্তা (JE, কৃষি): 39 পদ

অসম কৃষি বিশ্ববিদ্যালয় (AAU), কৃষি উন্নয়ন বিষয়া (ADO), সহায়কাৰী কৃষি অভিযন্তা, জুনিয়ৰ অভিযন্তাৰ বাবে প্রয়োজনীয় শিক্ষাগত অৰ্হতা -

কৃষি উন্নয়ন বিষয়া (ADO): যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি/উদ্যানপালনত স্নাতক ডিগ্ৰী (চাৰি বছৰৰ)।

সহায়কাৰী কৃষি অভিযন্তা (AAE): কৃষি অভিযান্ত্ৰিক ডিগ্ৰী বা যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা চিভিল/মেকানিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী বা ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰছ (ভাৰত)ৰ সহযোগী পৰীক্ষাত অংশগ্রহণ কৰি A আৰু B ত উত্তীৰ্ণ হব লাগিব।

জুনিয়ৰ অভিযন্তা (JE– কৃষি): যিকোনো স্বীকৃতিপ্রাপ্ত প্ৰতিষ্ঠান/বিশ্ববিদ্যালয়ৰ পৰা কৃষি/চিভিল/মেকানিকেল ইঞ্জিনিয়াৰিংত তিনি বছৰৰ ডিপ্লোমা থকা।

 

অফিচিয়েল জাননী ডাউনলোড কৰক: Click here 

অনলাইন আবেদন কৰক: Apply Online Now

 

কেনেকৈ আবেদন কৰিব

  আগ্ৰহী আৰু যোগ্য আবেদনকাৰীসকলে 15 ফেব্ৰুৱাৰী 2021 তাৰিখে বা তাৰ আগতে নিৰ্ধাৰিত আবেদন ফৰ্মেটৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয় (AAU) নিয়োগ অধিসূচনা 2021ৰ বাবে আবেদন কৰিব পাৰে। ওপৰত উল্লেখ কৰা পদসমূহৰ বাবে অত্যাৱশ্যকীয় অৰ্হতা থকা ব্যক্তিসকলে নির্ধাৰিত নথিপত্ৰৰ সৈতে প্ৰয়োজনীয় তথ্য পূৰণ কৰি www.aau.ac.in/goa-req অনলাইন আবেদন কৰিব পাৰে।

 

কৃষিত কেনেকৈ কেৰিয়াৰ আৰম্ভ কৰিব (career in agriculture sector)

English Summary: Assam agricultural University invited applications for various posts from eligible candidates

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.