Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 February, 2019 5:02 PM IST

কুকুৰাৰ মাংসৰ ভিতৰত ব্ৰ’য়লাৰ সকলোতকৈ জনপ্রিয়। বহু ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ব্ৰ’য়লাৰ কুকৰাৰ উৎপাদনৰ বাবে কৃষকসকলৰ লগত চুক্তি স্থাপন কৰিছে। গতিকে আজিকালি বজাৰকৰণৰ সমস্যা নাই। ব্ৰ’য়লাৰ হ’ল মূলতে ৮ সপ্তাহৰ ভিতৰত ডেৰ কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজন প্ৰাপ্ত হ’ব পৰা কম বয়সীয়া কোমল মাংসৰ কুকৰা।

উৎকৃষ্ট পৰিচালন ব্যৱস্থাপনা

  • প’ল্ট্ৰি পামৰ তাপমাত্রাঃ প্রথম সপ্তাহত ৯৫ ডিগ্রিত ফা.ত বেছ আৰামদায়ক আৰু প্রত্যেক সপ্তাহত ৫ ডিগ্রি ফা.হাৰত কমাই ষষ্ট সপ্তাহলৈকে ইয়াৰ তাপমাত্রা ৭০ডিগ্রি ফা.লৈকে কৰা হয়।
  • বায়ু চলাচলঃ বায়ু চলাচল ভাল হোৱা উচিত, কুকৰাৰ শ্বাস-প্রশ্বাস সঠিকভাবে চলিবলৈ নিয়মিত ভাবে এম’নিয়া দুৰ কৰিব লাগে।
  • পোহৰৰ ব্যৱস্থাঃ ২০০ বর্গফুট মজিয়াৰ বাবে ৬০ ওয়াটৰ বাল্বৰ প্রয়োজন।
  • প্রয়োজনীয় স্থানঃ প্রত্যেকটো কুকুৰাৰ বাবে ১ বর্গফুট ঠাইৰ প্রয়োজন।
  • ডি-বীকিং: এদিনায়া পোৱালিৰ ডি- বীকিং কৰা হয়।

ব্ৰ’য়লাৰৰ স্বাস্থ্যৰ পৰিচার্য্য

  • ৰোগ বিহীন কুকৰাৰে আৰম্ভ কৰিব লাগে।
  • মাৰেক ৰোগৰ প্ৰতিষেধক চিটা হেচ্চাৰিতে দিব লাগে।
  • RDVF1 ভেকচিন-৪-৫ দিনত দিব লাগে।
  • দানাত ককছিডিঅ’ছিছ প্রতিৰোধক ঔষধ দিব লাগে।
  • কুকৰাৰ দানা আফলাট’ক্সিছ মুক্ত ৰাখিব লাগে।
  • প্রত্যেক উৎপাদন চক্ৰৰ পিছত মজিয়া অন্ততঃ ৩ ইঞ্চি ডাঠ পৰিষ্কাৰ লিটাৰৰ দ্বাৰা ঢাকি ৰাখিব লাগে।

বজাৰকৰণ:

  • ৬ৰ পৰা ৮ সপ্তাহ বয়সীয়া কুকুৰা বিক্ৰীৰ বাবে উপযোগী।
  • কুকৰা ধৰাৰ সময়ত কোনো ধৰনৰ আঘাত নেলাগিবৰ বাবে দানা আৰু পানীৰ পাত্র আতঁৰাই ৰখা হয়।
  • পৰিবহন কালত প্ৰতিকূল জলবায়ুৰ পৰা ৰক্ষা কৰিব লাগে।

প’ল্ট্ৰি বা প’ল্ট্ৰিজাত পন্যৰ ব্যৱসায়ৰ লগত যুক্ত কিছুমান ব্যাক্তিগত কোম্পানি হ’ল- চগুনা, কোয়িম্বাট’ৰ,ভি.এইচ.এল,পুনে, পায়োনিয়াৰ, ব্রুমার্ক ইত্যাদি।

নিম্নলিখিত বিস্তাৰিত তথ্যসমূহ

  • উত্তম প্রজাতিৰ কুকুৰাৰ সহজলভ্যতা
  • প’ল্ট্ৰিপামৰ ঘৰৰ প্রয়োজনীয়তা আৰু নির্মান
  • কুকৰাক সঠিক পদ্ধতিত খুওৱা
  • স্বাস্হ্যবান কুকুৰাৰ উত্পাদন আদিৰ বাবে

অনুগ্রহ কৰি নিকটৱর্তী পশু চিকিত্সা কেন্দ্র অথবা কৃষি বিভাগৰ লগত যোগাযোগ কৰক।

উৎস: আইএনডিজি দল (বিকাশপেডিয়া)

English Summary: Production of Broiler Chicken
Published on: 13 February 2019, 05:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now