Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 November, 2023 5:07 PM IST
National Gopal Ratna Awards to be conferred on November 26

খানাপাৰত ২৬ নৱেম্বৰত ভাৰত চৰকাৰৰ দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত অসমত  'ৰাষ্ট্ৰীয় দুগ্ধ দিৱস' উদযাপনৰ প্ৰস্তুতি চলিছে। দেশত দুগ্ধ উৎপাদন বৃদ্ধিৰ ভিজন ত্বৰান্বিত কৰা তথা গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা আৰু পুষ্টিকৰ গুণসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ প্ৰতি বছৰে ২৬ নৱেম্বৰ তাৰিখে "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস" উদযাপন কৰি অহা হৈছে।

ভাৰতৰ "শ্বেত বিপ্লৱ"ৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° ভাৰ্গিজ কুৰিয়েনৰ জন্মজয়ন্তী উপলক্ষে প্ৰতিবছৰে ২৬ নৱেম্বৰত উদযাপন কৰি অহা "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস" এইবাৰ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব। হৈছে।

লগতে পঢ়ক- 

MFOI-2023 মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয়মন্ত্ৰী নীতিন গাডকাৰী

এই বছৰ অসমৰ বিভিন্ন প্ৰান্তৰ গো-পালকসকল তথা দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলৰ উপস্থিতিত গুৱাহাটীত "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস"ৰ মুখ্য কেন্দ্ৰীয় অনুষ্ঠানটো উদযাপন কৰা হ'ব। কৃষিমন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত ৯ গৰাকী প্ৰগতিশীল পশুপালকক ৰাষ্ট্ৰীয় গোপালৰত্ন বঁটা প্ৰদান কৰিব।

বৃহস্বাপতিবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানটি সফল কৰি তোলাৰ লক্ষ্যৰে বৃহস্পতিবাৰে খানাপাৰাৰ অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ সবিশেষ বুজ লয় কৃষিমন্ত্ৰী অতুল বৰাই। পৰিদৰ্শনকালত কৃষিমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জাভিৰ ৰাহুল সুৰেশ প্ৰমুখ্যে বিভাগৰ অন্যান্য বিষয়াসকল।

লগতে পঢ়ক- 

AAUত খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন

English Summary: National Milk Day 2023: National Gopal Ratna Awards to be conferred on November 26
Published on: 24 November 2023, 04:56 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now