Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 10 January, 2022 12:35 PM IST
Madhukranti Portal For Bee Farming

মৌ পালক সকলৰ বাবে এক ভাল খবৰ । অসমৰ মৌ পালক তথা উদ্যোগীসকলৰ বাবে ৰাষ্ট্রীয় মৌ পৰিষদে এটি ভাল খবৰ লৈ আহিছে । এইক্ষেত্ৰত ‘মধুক্রান্তি’ নামৰ প’র্টেলত পঞ্জীয়নেৰে তেখেতসকলে ৰাষ্ট্রীয় মৌ পালন আৰু মধু অভিযান (NBHM)ৰ সুবিধাসমূহ লাভ কৰিব পাৰিব।

ডিজিটেল প্লেটফৰ্মত মৌ আৰু অন্যান্য মৌচাকৰ সামগ্ৰীৰ ট্ৰেচেবিলিটি উৎস প্ৰাপ্ত কৰিবলৈ অনলাইন পঞ্জীয়নৰ বাবে এই পৰ্টেলটো বিকশিত কৰা হৈছে । ৰাষ্ট্ৰীয় মৌপালন আৰু মৌ অভিযানৰ অধীনত ৰাষ্ট্ৰীয় মৌ পৰিষদ, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে বিকশিত কৰিছে মধুক্ৰান্তি পৰ্টেল (Madhukranti Portal) । ই মৌ পালকসকলৰ উপাৰ্জন বৃদ্ধি, ৰপ্তানি বৃদ্ধি আৰু নিযুক্তি সৃষ্টি বৃদ্ধিত সহায় কৰিব । ইয়ে মৌৰ ভেজালৰ মানদণ্ড আৰু উৎস পৰীক্ষা কৰাত সহায় কৰিব । লগতে আন্তৰ্জাতিক বজাৰলৈ মৌৰ প্ৰসাৰ বৃদ্ধি কৰিব ।

Bee Farming

ৰাষ্ট্ৰীয় মৌপালন আৰু মৌ অভিযানৰ অধীনত সেৱা প্ৰাপ্ত কৰিবলৈ মধুক্ৰান্তি পৰ্টেলত পঞ্জীয়ন কৰক-

মধুক্ৰান্তি সেৱা প্ৰাপ্ত কৰাৰ পদক্ষেপসমূহ:

  • প্ৰথমে নেচনেল বি বোৰ্ডৰ ছাইট gov.in পৰ্টেল দৰ্শন কৰিব লাগিব

  • মধুক্ৰান্তি পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব

সেৱাসমূহ প্ৰাপ্ত কৰাৰ প্ৰয়োজনীয়তাসমূহ:

সেৱাসমূহ প্ৰাপ্ত কৰিবলৈ নিম্নলিখিত প্ৰয়োজনীয়তাবোৰ পূৰণ কৰা উচিত।

  • আধাৰ কাৰ্ড

  • আৱেদনকাৰীসকলৰ কমেও ১০ টা মৌচাক থাকিব লাগিব

  • তৃতীয়তে জিলা কৃষি বিষয়াৰ দ্বাৰা প্ৰমাণিত বাৰ্ষিক মৌ উৎপাদনৰ ৰেকৰ্ড থাকিব লাগিব

লগতে পঢ়কঃ Milk Production: ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ সৈতে ২০০০ কোটিৰ বুজাবুজি চুক্তি

English Summary: Madhukranti Portan for bee keeper
Published on: 10 January 2022, 12:35 IST