Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 March, 2022 3:31 PM IST
বায়’ফ্লক (Biofloc) দ্ধতিত মৎস উৎপাদন

কৃষি জাগৰণে নিয়মীয়াকৈ মানুহক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ কিছুমান সৰ্বশ্ৰেষ্ঠ আৰু লাভজনক ব্যৱসায়িক ধাৰণাৰে ইয়াৰ প্ৰবন্ধ প্ৰকাশ কৰে । এনে পৰিস্থিতিত, আজি আমি এই প্ৰবন্ধটোত বায়’ফ্লক(Biofloc) মাছ খেতিৰ ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ ।

আমি আপোনাক কওঁ যে বায়’ফ্লক  ব্যৱসায়ত বছৰি মাহে ২৫,০০০  টকা খৰচ কৰি, আপুনি ১.৭৫-২  লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে ।

উল্লেখ্য যে, এই সন্দৰ্ভত ছত্তীশগড় চৰকাৰে মাছ খেতিৰ প্ৰচাৰৰ বায়’ফ্লক ব্যৱসাক কৃষিৰ মৰ্যাদা প্ৰদান কৰিছে । মৎস উৎপাদনৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰিবলৈ মাছ খেতিয়কসকলক ছত্তীশগড় চৰকাৰে সুদ-মুক্ত ঋণৰ সুবিধা প্ৰদান কৰাৰ লগতে পানী আৰু বিদ্যুৎ সঁজুলিত ৰেহাই প্ৰদান কৰিছে ।

ইয়াৰ লগতে, মাছ খেতিয়কসকলৰ বাবে চৰকাৰৰ পৰা বিভিন্ন ৰাজসাহায্য আৰু বীমা আঁচনিও উপলব্ধ । মীন পালনৰ বাবে জলসিঞ্চন বান্ধ আৰু জলাশয়ৰ পৰা পানী যোগান ধৰা হয়, যাৰ বাবে মাছ খেতিয়ক আৰু মাছমৰীয়াসকলে প্ৰতি ১০,০০০ ঘনফুট পানীত ৪ টকা পৰিশোধ কৰে ।

বায়ফ্ল মাছ খেতি ব্যৱসায় পৰিকল্পনা

যদি আপুনি মাছ খেতিৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, আপোনাৰ মীন পালনৰ আধুনিক প্ৰযুক্তিৰ বিষয়ে জ্ঞান থাকিব লাগে । বায়োফ্লক মীন পালনক নতুন "নীলা বিপ্লৱ" হিচাপে গণ্য কৰা হৈছে । ই হৈছে চিটু অণুজীৱ উৎপাদনৰ ওপৰত

বায়ফ্ল মীন পালন:  মীন পালক গুৰবচন সিং

গুৰবচন সিং নামৰ এজন সৰু খেতিয়কৰ মাত্ৰ ৪ একৰ মাটি আছে, যাক মাছৰ ফাৰ্ম হিচাপে বিকশিত কৰিছে । তেওঁ পুখুৰীত মাছ খেতি কৰি এটা ব্যৱসায় আৰম্ভ কৰিছে ।

সিঙে কৈছিল যে তেওঁ প্ৰায় ১০ বছৰ আগতে মীন পালনৰ ওপৰত এটা ৰেডিঅ' অনুষ্ঠান শুনিছিল । ইয়াৰ পিছত, তেওঁ পৰম্পৰাগত কৃষি পদ্ধতিৰ বাহিৰে কিবা নতুন কৰিবলৈ মন স্থিৰ কৰিছিল ।

ইয়াৰ পিছত তেওঁ ছত্তীশগড়ৰ মোগা চহৰৰ জিলা মীন বিভাগৰ সৈতে যোগাযোগ কৰিছিল। মীন পালন বিষয়াসকলে তেওঁক বায়’ফ্লক পদ্ধতিৰে মীন পালনৰ ওপৰত পাঁচ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰিছিল। তেতিয়াৰ পৰা তেওঁ উক্ত পদ্ধতিৰ জৰিয়তে মাছ উৎপাদন কৰি মাহে ২ লাখ টকা উপাৰ্জনেৰে আন বহুতো কৃষকৰ বাবে আদৰ্শ হৈ পৰিছে ।

লগতে পঢ়কঃ স্পঞ্জ গাৰ্ড (Sponge gourd) খেতি এক লাভজনক ব্যৱসায়

English Summary: Biofloc fish Farming
Published on: 14 March 2022, 03:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now