Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 April, 2022 2:45 PM IST
Milk Production

বৰ্তমান সময়ত দুগ্ধ উৎপাদনৰ জৰিয়তে লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গো-পালক বা ম'হ পালক সকলে । সমান্তৰালভাৱে নতুন কৃষক সকলেও দুগ্ধ উৎপাদনৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে । আমাৰ বজাৰ ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা পাম, বজাৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গাখীৰৰ চাহিদা ।

গতিকে বজাৰত চাহিদা অনুসৰি আমাৰ গো-পালক বা ম'হ পালক সকলে অধিক দুগ্ধ উৎপাদন কৰিবলৈ বিচাৰে ।  দুগ্ধ উৎপাদন বৃদ্ধি কৰিবৰ বাবে আমাৰ গো-পালক বা ম'হ পালক সকলৰ বাবে বহুটো উপায় আছে । তেওঁলোকে উপায় সমূহ অৱলম্বন কৰি দুগ্ধ উৎপাদন বৃদ্ধি কৰিব পাৰে ।

এই প্ৰৱন্ধটিত কেইটামান দুগ্ধৰ উৎপাদন বৃদ্ধিৰ উপায় উল্লেখ কৰা হ'লঃ

  • প্ৰথম উপায় হৈছে যেতিযা এজনী গাই প্ৰসৱৰ বাবে এমাহ থাকে তেতিয়া ১০ মিলিকৈ ২৫ দিনৰ বাবে এডাৰ-এইচ দিব পাৰে । ই গাই জনীক সুস্থ্য কৰি ৰাখে । যেতিয়া প্ৰসৱৰ বাবে ১৫ দিন থাকে তেতিয়া গাই জনীক ১০০ গ্ৰামকৈ দৈনিক এনবুষ্ট পাউডাৰ খোৱাব পাৰে । ইয়াৰ দ্বাৰা গাখীৰ উৎপাদন বৃদ্ধিয়েই নহয়, গৰু বা ম'হৰ পোৱালীটোৰ বিকাশত অধিক অৰিহণা যোগাব ।
  • দ্বিতীয় উপায় হৈছে প্ৰসৱৰ দিনৰ পৰা এজনী গাইক ১০ দিনৰ বাবে ১০০ মিলি ইউট্ৰাভিন খোৱাব লাগিব ।
  • তৃতীয় উপায় হৈছে প্ৰসৱৰ ১১ দিনৰ পৰা, আপুনি গাই জনীক ১০ দিনৰ বাবে ৰাতিপুৱা আৰু সন্ধিয়া ডাইজামেক্স ফৰ্ট বোলাছ খুৱাব আৰু তাৰ পিছত আপুনি গাই জনীৰ পৰা অধিক গাখীৰ লাভ কৰিব ।
  • প্ৰসৱৰ এমাহৰ পিছত দৈনিক ৫০ গ্ৰাম বায়োবিয়ন-সোণৰ পাউডাৰ খুৱাব যাতে আপোনাৰ গাইজনীয়ে গাখীৰ উৎপাদন বাহাল ৰাখিব পাৰে আৰু সময়মতে গৰ্ভধাৰণ কৰিব পাৰে । যদি আপুনি এই পদ্ধতিবোৰ সঠিকভাৱে অনুসৰণ কৰে, আপোনাৰ গৰু বাব ম'হ জনীয়ে প্ৰায় ২০ ৰ পৰা ২৫ লিটাৰ গাখীৰ দিব আৰু লগতে প্ৰতি বছৰে এটা পোৱালী জন্ম দিবলৈ সক্ষম হ'ব ।

লগতে পঢ়কঃ লাভজনক উৎপাদনৰ বাবে প্ৰথমে কৰক মাটিৰ পৰীক্ষা; কেনেকৈ ল'ব নমুনা ?

English Summary: best way to get more quantity of milk from animals
Published on: 04 April 2022, 02:45 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now