Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 April, 2023 12:29 PM IST
টোম বাঁহেৰে তৈয়াৰী এবিধা সঁজুলি। বাঁহৰ কাঠিৰে ইয়াক তৈয়াৰ কৰা হয়। অসমীয়া কৃষক ৰাইজে ঘৰত এই সঁজুলিবিধ তৈয়াৰ কৰি লয়। কোনোৱে আকৌ গাঁৱৰ বজাৰসমূহ টোম বনাই বিক্ৰিও কৰে।
টোমৰ দ্বাৰা কি কৰা হয় কৰা হয় বৰ্তমানৰ অধিকাংশ যুৱক-যুৱতীয়ে নাজানে। কোনোৱো চিনিও নাপায়। ইয়াৰ মূলতে আজি-কালি টোমৰ ব্যৱহাৰ কৃষকসকলে কমকৈ কৰে।
কৃষকসকলে ধানৰ বীজ সংৰক্ষণ কৰিবলৈ পূৰ্বতে ধানসমূহ এই টোমত ৰাখিছিল। কোনো আলু বা অন্যান্য শস্যসমূহ দীৰ্ঘদিনৰ বাবে সংৰক্ষণ কৰিবলৈ টোমত শস্যসমূহ ৰাখিছিল। বৰ্তমানেও গ্ৰাম্য কৃষকসকলে টোমৰ ব্যৱহাৰ কৰে। কিন্তু আজিকালি টোমৰ সলনি কৃষকসক শস্যৰ বীজসমূহ সংৰক্ষণ কৰিবলৈ শীতল ভঁৰালত থয়। অৱশ্যে এই শীতল ভঁৰাল এতিয়া সকলো কৃষকৰ বাবে সূলভ হৈ উঠা নাই।
টোমটো বনোৱাৰ পাছতে চাৰিওকাষে এনেদৰে খেৰ দিয়া হয়। আৰু মাজত বীজ থৈ দিয়া।
বীজখিনি টোমটোৰ ভিতৰত থৈ দিয়াৰ পাছতে এনেদৰে বায়ুসমূহ নোৱাৰাকৈ টোমটোৰ মুখখন বান্ধি দিয়া হয়।
যিসকল কৃষকে বৰ্তমানেও বীজ সংৰক্ষণৰ বাবে কোনো শীতল ভঁৰালৰ সুবিধা লাভ কৰা নাই তেওঁলোকে এই টোম ব্যৱহাৰ কৰি বীজ সমূহ সংৰক্ষণ কৰিব পাৰে। লগতে কেতবোৰ খাদ্য টোমত থৈ খাদ্য সাঁচি ৰাখিব পাৰে বহু দিনলৈ।
English Summary: Traditional seed storage methods of farmers
Published on: 15 November 2022, 11:58 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now