Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 January, 2023 1:48 PM IST
Rabi crop area increased to 526 lakh hectares

দেশৰ কৃষক ৰাইজে খেতি কৰিবলৈ এৰিছে। চৰকাৰী ফিৰি চাউল খাবলৈ পায় কৃষক ৰাইজে খেতি কৰিবলৈ পাহৰিছে বুলি এচামে চিঞৰ-বাখৰ কৰি থকাৰ মাজতে আহিছে কৃষি খণ্ডৰ বাবে এটা ভাল খবৰ। ২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত ১৫ শতাংশ বৃদ্ধি পাইছে ৰবি শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ।

কৃষি মন্ত্ৰ্যালয়ে কৈছে যে ৰবি শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ ৪৫৭ লাখ হেক্টৰৰ পৰা ৫২৬ লাখ হেক্টৰলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰবি শস্যৰ অন্তৰ্গত সকলো শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ বাঢ়িছে যদিও ঘেঁহুৰ খেতি কৰা মাটি সৰ্বাধিক বৃদ্ধি পাইছে।

লগতে পঢ়ক- 

ভোগালীৰ মাজতে তালগুৰিত শৰশয্যাত মৃত্যুৰ ক্ষণ গণিছে পিতামহ ভীষ্মই

ব্যাপক পৰ্যায়ত বীজৰ ক্ষুদ্ৰ কীটৰ বিতৰণ, সময় নিৰ্ধাৰিত যোগান আৰু প্ৰযুক্তিৰ প্ৰচাৰ-প্ৰসাৰৰ ফলত এয়া সম্ভৱ হৈ উঠিছে। মন্ত্ৰ্যালয়ে কৈছে যে চৰকাৰে গুণগত বীজ যোগান নিশ্চিত, শস্যৰ বিষয়ে তথ্য প্ৰদান আৰু ঋণ উপলব্ধ কৰাৰ লগতে শস্য বীমাৰ জৰিয়তে খেতিয়কসকললৈ সমৰ্থন আগবঢ়াবৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে ।

খেতি কৰা মাটিৰ পৰিমাণ আৰু উৎপাদন বৃদ্ধি পালে দেশে খাদ্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত নতুন কৃতিত্ব অৰ্জন কৰিবলৈ সমৰ্থ হ’ব। অধিক উৎপাদন আৰু উচিত মূল্য লাভ কৰিলে খেতিয়কসকলৰ আয় বৃদ্ধি পাব।

লগতে পঢ়ক- 

শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ'ল এটা হেৰিটেজ মিউজিয়াম

English Summary: Rabi crop area increased to 526 lakh hectares
Published on: 12 January 2023, 01:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now