Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 11 September, 2022 4:22 PM IST
Krishi Jagran Celebrates its 26th Anniversary

কৃষি জাগৰণ মিডিয়া হাউচে কালি ৰাজধানীত এক আৰম্বড়পূৰ্ণ অনুষ্ঠানৰ সৈতে ইয়াৰ ২৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই উপলক্ষে সন্ধিয়া 7:30 বজাত দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰৰ চিলভাৰ অকত এক সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হয়। অনুষ্ঠানটোত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া আলফন্স কান্ননথানমৰ লগতে উপস্হিত থাকে আন কেইবাজনো গণ্যমান্য ব্যক্তি।

বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে সম্পাদক এম.চি. ডমিনিকে আৰু পৰিচালন সঞ্চালক শ্বাইনি ডমিনিকে। ইয়াৰ পিছকে মঞ্ত কেইবাগৰাকী প্ৰগতিশীল কৃষকৰ সৈতে কেক কাটিং পৰ্ব অনুষ্ঠিত হয়। এই অনুষ্ঠানত লগতে উপস্হিত থাকে কৃষি জাগৰণৰ পৰিচালন সঞ্চালক শ্বাইনি ডমিনিক।

কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এম.চি. ডমিনিকে স্বাগতম ভাষণ প্ৰদান কৰে। বিগত ২৫ বছৰত সংবাদ মাধ্যম সংগঠনটোৱে কৃষকসকলৰ স্বাৰ্থত কেনেদৰে বৈপ্লৱিক ভাৱে কাম কৰিছে ভাষণত স্মৰণ কৰি সেই কথা উল্লেখ কৰে। একে সময়তে, এম.চি. ডমিনিক কৃষি জাগৰণ আৰু কৃষি বিশ্ব আলোচনীৰ মুখ্য সম্পাদকগৰাকীয়ে সকলো অতিথিৰ বাবে এক আদৰণি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটোত উপস্থিত থাকে কৃষক

কৃষি জাগৰণ এখন বহুভাষিক ৰাষ্ট্ৰীয় আলোচনী। দেশৰ বিভিন্ন ৰাজ্যৰ লোক কৃষি জাগৰণত কৰ্মৰত।এই কাৰ্যসূচীত, কৃষি জাগৰণৰ কৰ্মচাৰীসকলে তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ লোক নৃত্য পৰিৱেশন কৰিছিল।

উল্লেখ্য যে, বিগত ২৫ বছৰ ধৰি কৃষি জাগৰণে কৃষকসকলক তথ্য প্ৰদান কৰি আহিছে। আলোচনী, বাতৰি পৰ্টেল, ইউটিউব চেনেল আৰু ছ'চিয়েল মিডিয়াৰ দৰে যোগাযোগৰ বহুতো মাধ্যমৰ জৰিয়তে কৃষি খণ্ডৰ সৈতে সম্পৰ্কিত খবৰ পাঠক আৰু দৰ্শকৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

কৃষি জাগৰণৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটো প্ৰায় 3 ঘণ্টা ধৰি চলি থকাৰ পিছত সফলতাৰে সমাপ্ত হয়। কাৰ্যসূচীটোৰ সৈতে জড়িত সকলো লোকে প্ৰতিষ্ঠানটোৰ এনে মহান কাৰ্যক তীব্ৰভাৱে উৎসাহিত কৰে!

লগতে পঢ়ক-মাখানা খেতি কৰিবলৈ কৃষকক উৎসাহিত! ৭২,৭৫০ টকাৰ ৰাজসাহায্য প্ৰদান চৰকাৰৰ

English Summary: Krishi Jagran Celebrates its 26th Anniversary
Published on: 11 September 2022, 04:22 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now