Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 November, 2022 11:22 AM IST

এৰী শিল্পত অফুৰন্ত উৎপাদনৰ বিচিত্রতাৰ স্থল আছে ।এৰী সূতাৰ লগত যিকোনো ধৰণৰ সুতা যেনে- পাট, মুগা, টচৰ, কপাহী, কৃত্রিম, ওল আদি মিহলাই বা ব্লেণ্ড কৰি কাপোৰ বনাব পাৰি । ইয়াত কৃত্রিম অথবা প্রাকৃতিক সকলো ধৰণৰ ৰং কৰিব পাৰি ।পিন্ধনত ব্যৱহিত বস্ত্রৰ ওপৰিও এৰী সূতা পৰ্দা, চকী কুচন, গাৰু, লেপ আদি নিৰ্মাণত ব্যৱহৃত হয় ।

ইয়াৰ উপৰি বেগ, ফাইল কভাৰ, মানিবেগ আদি এৰী কাপোৰেৰে বনাব পৰা হৈছে । পৰম্পৰাগত এৰী চাদৰৰ উপৰি টাই, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, দখনা, কোট, জেকেট আদি নানা প্রকাৰৰ আটক ধুনীয়া বস্ত্র সামগ্রী এৰীৰ পৰা নিৰ্মাণ কৰা হৈছে।বড়োলেণ্ড ৰেচম বিভাগৰ দ্বাৰা এৰী শিল্পৰ যোগান্তৰকাৰী উন্নতি কৰা হৈছে । এৰী মোজা নিৰ্মাণ কৰা যন্ত্র স্থাপন কৰা হৈছে।

পিন্ধনত ব্যৱহিত বস্ত্রৰ ওপৰিও এৰী সূতা পৰ্দা, চকী কুচন, গাৰু, লেপ আদি নিৰ্মাণত ব্যৱহৃত হয় ।

নৱ-প্রজন্মৰ পছন্দ আৰু চাহিদাৰ ওপৰত লক্ষ্য ৰাখি টি চাৰ্ট, ডেনিম জিন্স জাতীয় বস্ত্র নিৰ্মাণত গুৰুত্ব দিয়া হৈছে । স্পান মিলত অতি মিহি উন্নত এৰী সূতা তৈয়াৰ কৰা হৈছে। এনেধৰণৰ স্পান মিল ছয়গাঁও, কোকৰাঝাৰ, ডিমৌত স্থাপন কৰা হৈছে। পাৰ্শ্বৱৰ্তী নাগালেণ্ড, মেঘালয়ত এৰী কাপোৰৰ বৈচিত্ৰময় বস্ত্ৰ উৎপাদন কৰা হৈছে ।

নৱ-প্রজন্মৰ পছন্দ আৰু চাহিদাৰ ওপৰত লক্ষ্য ৰাখি টি চাৰ্ট, ডেনিম জিন্স জাতীয় বস্ত্র নিৰ্মাণত গুৰুত্ব দিয়া হৈছে
শেহতীয়াকৈ বেগ, ফাইল কভাৰ, মানিবেগ আদি এৰী কাপোৰেৰে বনোৱা হৈছে।

সম্প্রতি ৰেচম শিল্পই চিকিৎসা বিজ্ঞান জগতখনত প্রৱেশ কৰিবলৈ সমৰ্থ হোৱা দেখা গৈছে । গুৱাহাটীৰ আই আই টিৰ বিজ্ঞানীয়ে আঘাতপ্রাপ্ত স্নায়ু অথবা নাৰ্ভ ৰেচমৰ দ্বাৰা নিৰ্মাণৰ সম্ভাবনাৰ যোগেদি যোগান্তৰ সৃষ্টি কৰিছে । যকৃতৰ চিকিৎসাৰ ক্ষেত্ৰতো গৱেষণা কৰা হৈছে।  খাদ্যৰ ক্ষেত্রতো এৰীলেটাৰ বিভিন্ন সুস্বাদু ব্যঞ্জণ তথা আচাৰ তৈয়াৰ কৰি এৰী লেটাক এক জনপ্রিয় খাদ্য হিচাবে পৰিগণিত কৰাৰ লগতে ব্যৱসায়িক দিশত সফল কৰি তুলিছে ।

English Summary: Erie textile production and its diversity
Published on: 17 November 2022, 11:17 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now