-
-
মালচিং ব্যৱহাৰ কৰি কৰিমগঞ্জত ৰৱিশস্যৰ খেতি
মালচিং ব্যৱহাৰ কৰি কৰিমগঞ্জত ৰৱিশস্যৰ খেতি
কৰিমগঞ্জ জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত নাৰিখালি গাঁৱত কৃষকসকলে এনেদৰে আৰম্ভ কৰিছে খেতি।
লগতে পঢ়ক-
কৃষকসকলে মালচিং পেপাৰ ব্যৱহাৰ কৰি এনেদৰে বিলাহী, ষ্ট্ৰবেৰী আৰু বেঙেনা আদিৰ ৰৱিশস্যৰ খেতি আৰম্ভ কৰিছে।
কৃষকসকলে জানিবলৈ দিয়া অনুসৰি মালচিং পেপাৰ ব্যৱহাৰ কৰিলে অপতৃণ, বাষ্পীভৱন ৰোধৰ কৰাৰ সামন্তৰাল ভাৱে মাটি শীতল কৰি ৰাখে।
লগতে পঢ়ক-
English Summary: Cultivation of Winter crops in Karimganj using mulching
Share your comments