Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 29 January, 2025 2:42 PM IST
BCA Unveils New Logo: A Vision for Innovation, Growth and Sustainability

ভাৰত চাৰ্টিছ এগ্ৰিছায়েন্স লিমিটেড চমুকৈ বিচিএৰ নতুন ল’গ’ উন্মোচন কৰিলে। ভাৰতবৰ্ষৰ আগশাৰী কৃষি ৰাসায়নিক প্ৰতিষ্ঠানটোৱে নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আজি উন্মোচন কৰে নতুন ল’গ’টো। ল’গ’টো উন্মোচন কৰি প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক ট’ৰু তামুৰাই কয় - নতুন ল’গ’টোৱে আমাৰ বিৱৰ্তন আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক।

BCA New Logo

লগতে তেওঁ কয়- নতুন ল’গ’টোৱে উদ্ভাৱন,  সমৃদ্ধি আৰু বহনক্ষম কৃষি বৃদ্ধিৰ প্ৰতি বিচিএৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ইয়াৰ নীলা ৰঙে কোম্পানীটোৰ পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছে, আৰু সেউজীয়া ৰংটোৱে বহনক্ষম ভৱিষ্যতৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিক বুজায়।

BCA Unveils New Logo

উল্লেখ্য যে ১৯৭৭ চনত এছ এন গুপ্তাই প্ৰতিষ্ঠা কৰা এই সংস্থাটোৱে দশক দশক ধৰি ভাৰতবৰ্ষৰ কৃষকসকলৰ কৃষিপথাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে কীটনাশক যোগান ধৰি আহিছে। ২০২০ চনত মিটছুই এণ্ড কোম্পানী লিমিটেড আৰু নিপ্পন ছ’ডা কোম্পানী লিমিটেডৰ সৈতে এক কৌশলগত অংশীদাৰিত্বই কোম্পানীটোক ভাৰত চাৰ্টিছ এগ্ৰিছায়েন্স লিমিটেডলৈ ৰূপান্তৰিত কৰে।

লগতে পঢ়ক- 

Polyhouse Farming : পলিহাউচত খেতি কৰি দুগুণ দামত পাচলি বিক্ৰি কৰক

English Summary: BCA Unveils New Logo: A Vision for Innovation, Growth and Sustainability
Published on: 29 January 2025, 02:24 IST