1. উদ্য়ানশস্য়

New Variety Betel nut : পুলি পাবৰ বাবে উল্লেখিত নম্বৰত যোগাযোগ কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
New Variety of Betel nut
New Variety of Betel nut

অসমৰ গ্ৰামাঞ্চলত তামুল সকলোৰে ঘৰতে প্ৰায় থাকেই। কাৰণ তামুল অসমীয়া সংস্কৃতিৰ এটা এৰাব নোৱৰা সম্পদ। আলহী আহিলেই বা সন্মানীয়জনক শ্ৰদ্ধা জনাবলৈ তামুল-পাণ আগবঢ়াই দিয়াতো অসমীয়া মানুহৰ নীতিৰ কথা। গতিকে প্ৰত্যেক অসমীয়া মানুহৰ বাৰীত তামুলৰ গছ এজোপা ৰোপণ কৰে কৃষকে।

অৱশ্যে আজি আমি ব্যৱসায়িকভাৱে তামোলৰ খেতি কৰিব বিচৰা কৃষকসকলৰ বাবে এটা উন্নত অৰ্থাত হাইব্ৰীড জাতৰ তামোলৰ বিষয়ে কম। এই তামুলবিধৰ নাম সুমংগল। খুব চাপৰতে লাগে। আৰু কম দিনতে লাগে। আন তামুলতকৈ অধিক পৰিমাণে লাগে এই জাতটোত।

লগতে পঢ়ক- 

Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

এই জাতৰ তামোল পাৰিবৰ বাবে কৃষকসকলে তামুল হাকুটিৰে পাৰিব নালাগে। খাব বা চিঙিব মন গলেই হাতৰ এটা চিঙিব পাৰিব। কেৰ্কেটুৱা থকা অঞ্চলতো এই তামোলবিধৰ খেতি কৰিব পাৰিব কাৰণ কেৰ্কেটুৱাৰ পৰা সুৰক্ষা দিবলৈ সুবিধা হয়।

সুমংগলা নামৰ তামুলৰ হাইব্ৰীড জাতটোৰ পুলি পাবলৈ এই 70998-23585 নাম্বাৰত যোগাযোগ কৰক। এটা পুলিত ৮৫ টকা, ঘৰত ডেলিভাৰী দিয়ে। বহু সময়তে এনে অভিযোগ শুনা যায়- হাইব্ৰীড বুলি লোকেল তামুলৰ পুলিকে কিছুমান ধৃত ব্যৱসায়ীয়ে যোগান ধৰে। গতিকে তেওঁলোকৰ পৰা সাৱধান।

লগতে পঢ়ক- 

ভালকে কৰিলে আমৰ খেতিয়েও আপোনাক লাখপতি বনাব

English Summary: New Variety of Betel nut

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.