1. উদ্য়ানশস্য়

Mango farming : ভালকে কৰিলে আমৰ খেতিয়েও আপোনাক লাখপতি বনাব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ধনীৰাম চেতিয়া আৰু তেওঁৰ পুত্ৰ
ধনীৰাম চেতিয়া আৰু তেওঁৰ পুত্ৰ

সম্প্ৰতি আমৰ খেতিও আমাৰ কৃষকসকলে কৰিবলৈ লৈছে। আৰু এই আমৰ খেতিটো কেইজন মুষ্টিমেয় কৃষকৰ মাজতে আবদ্ধ হৈ আছে। কিন্তু আমৰ খেতি এক লাভজনক কৃষি হিচাপে চিহ্নিত হৈছে। আৰু সকলোৱে কৰিব পাৰে।

ধনীৰাম চেতিয়াৰ বাৰীৰ আম
ধনীৰাম চেতিয়াৰ বাৰীৰ আম

আমাৰ খেতিৰে ভাল উপাৰ্জন কৰা কৃষকসকলৰ এজন তিনিচুকীয়াৰ পেঙেৰীৰ প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়া। তেওঁৰ বাৰীত চাপৰতে লমালমে লগা আমবোৰে আপোনাক মন্ত্ৰমুগ্ধ কৰিব। ফটোত দেখি থকা এই আমবোৰ তেওঁৰ বাৰীৰে।

লগতে পঢ়ক- 

Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

ধনীৰাম চেতিয়া
ধনীৰাম চেতিয়া

তেওঁ এই আমৰ পুলিবোৰ ক্ৰয় কৰিছে মৰাণস্থিত চানফ্লাৱাৰ নাৰ্মাচীৰ পৰা। এই চানফ্লাৱাৰ নাৰ্চাৰীত কেৱল আমেই নহয় উন্নত প্ৰজাতিৰ কল, মধুৰীৰ লগতে বহু উদ্যান শস্যৰ পুলি উপলব্ধ। ফটোত দেখা আমৰ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হোৱাৰ স্থল আছে। গতিকে কৃষকসকল যদি আমৰ খেতিৰ বাবে আগ্ৰহী তেতিয়া তেওঁলোকে চানফ্লাৱাৰ নাৰ্চাৰীৰ স্বত্বাধিকাৰী বিজু গগৈৰ লগতে যোগাযোগ কৰিব পাৰে। তেওঁৰ ফোন নাম্বাৰ 98646-99691।

উল্লেখ্য যে ব্যৱসায়িক ভিত্তিত নকৰিলেও ঘৰতে খাবৰ বাবে কৃষকসকলে নিজৰ ঘৰতে দুই-এজোপা ৰোপন কৰি ল’ব পাৰে। কেৱল চাপৰতে লগা আমেই নহয় আমাৰ থলুৱা আমো একোজোপাকৈ ঘৰত ৰোপন কৰি ল’ব লাগে। আজিকালি আমাৰ থলুৱা আমবোৰ প্ৰায় হেৰাই যোৱাৰ দৰেই হৈছে। গতিকে থলুৱা আম এজোপাকৈ ঘৰতে ৰুই ইয়াৰ সংৰক্ষণ কৰাৰ লগতে বতৰৰ ফল বতৰত খাব পাৰিব।

লগতে পঢ়ক- 

Assam spine : কৰ্ণাটক চৰকাৰৰ উদ্যোগত অসমৰ ভাতকেৰেলা খেতি

English Summary: Mango Farming & its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.