Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 April, 2023 11:28 AM IST
বহাগ বিহু ত খাবলগীয়া ১০১ বিধ শাক আৰু ইয়াৰ গুৰুত্ব

অসমৰ জাতীয় জীৱনৰ লগত ওতঃপ্রোতঃ ভাৱে জড়িত উৎসৱ–ব’হাগ বিহু। এই বিহুৰ লগতে জড়িত হৈ আছে অলেখ ৰীতি নীতি। এই ৰীতি সমূহৰ ভিতৰত এটা লেখত লবলগীয়া প্রথা হ’ল, সাতশাকী। সাত বিহুৰ যিকোনো এটা দিনত ১০১ ৰ পৰা ১১৫ লৈ বিভিন্ন শাক-পাচলীৰে বিহুৰ দিনা পৰম্পৰাগত ভাৱে এসাজ খোৱাটো এক পুৰণিকলীয়া প্রথা। ঠাই ভেদে শাকৰ পৰিমানো বেলেগ হয়। উজনি অসমত সাধাৰণতে ১১৫ বিধ শাক খোৱাৰ প্রচলন আছে।

বৰো, মিচিং, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীৰ মাজতো সাতশাকীৰ প্রচলন আছে। বাৰীৰ সকলো শাক-পাচলীৰ সংমিশ্রণেৰে তৈয়াৰী ব্যঞ্জনে অকল তৃপ্তি দিয়াই নহয় বহুপৰিমাণে ৰোগমুক্ত কৰি তোলে বুলি জনবিশ্বাস প্রচলিত হৈ আহিছে। সাতশাকীত ব্যৱহৃত উল্লেখযোগ্য শাক-পাচলিসমূহ হলঃ

ঢেকীয়া, টিকনী বৰুবা, নেফাফু, বনজালুক, কচু, ভেদাইলতা, লৰ বৰুৱা, খুতুৰা, কলমৌ, মাটি কাদুৰী, মানিমুনি, মহানিম, নৰসিংহ, ভাং, বেতগাজ, কেৰেলা, বেঙেনা, বৰথেকেৰা, বিহলঙনি, মছন্দৰী, জিলমিল, মান ধনীয়া, জেতুকী পকা, শুকলতি, দোৰোণ, কল পচলা, পিৰালী পালেং, ব্রাহ্মী, পিৰালী কুৱৰী, কঠালৰ মুচি, পিপলী, পদিনা, জালুক, কেহৰাজ, পচতীয়া, বাহেক, মধুসোলেং, ভেকুৰী, মৰলীয়া, গাখিৰতী, টেঙেচী, তুলসী, জলকুৱঁৰী, কাচিপকা, আগেজলা, চালকুৱঁৰী, হেলঞ্চি, তিতাফুল, বকফুল, লাইজাবৰি, বৰ মানিমুনি, সৰু মানিমুনি, হাতী খুতুৰা, সৰিয়হ, তিল, চিৰতা, মেটেকা, পানী কলা, ভেট ফুল, মৰিছা, দুপৰ টেঙা, ভৃংগৰাজ, পুৰৈ, বিয়নী সাবটা,

 অগৰা, ভঁৰালী ভকুৱা, আমৰ মল, ধুতুৰা, বৃন্দাবন, কাচিপকা, বৰ্হমথুৰি, বিশল্যকৰণি, মালভোগ, টেঙামৰা, ফুতুকলা, টুপুৰীলতা, শেৱালী ফুল, কুৰ্হিলা, অশোক, ধনীয়া, পালেং, চুকা, মেঠী, মৰাপাট, থেৰেজু, ৰাজুপকা, হাড়ঘুনুচা, নুনী, নিলাজী, পনৌনোৱা, কুকুৰা ঠেঙীয়া, কোৱা ভাতুৰী, আৰফুল, পদুম, থৈলাংনী, মচুৰ, কেঞাবন, কাচকল, জবাফুল, মদাৰ, জাতিলাও, ৰঙালাও, আলু, পিঁয়াজ, টিয়হ, গৰুখিচ, সোণ বৰিয়াল, দুৰ্লভা, সৰ্পজিভা, ইন্দ্রযৱ, জবেত্রি, মাজেঠী, জেষ্ঠমধু আৰু ৰাম তুলসী।

কিছুমান পাচলিৰ অৱশ্যে ঠাইভেদে নাম বেলেগ বেলেগ হয়।ইয়াৰে বহুকেইবিধ পাচলি বর্তমানে বিলুপ্তপ্রায়।

(সংগৃহীত প্ৰবন্ধ)

লগতে পঢ়ক-

Foxtail Orchid: বাণিজ্যিক দৃষ্টিত অসমৰ ৰঙালী বিহুৰ অনন্য উপাদান কপৌফুল জুপি

English Summary: 101 type of Herb and Bohag Bihu
Published on: 12 April 2023, 04:47 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now