Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 October, 2022 5:53 PM IST
কিষাণ বিকাশ পত্ৰ যোজনা

কেন্দ্ৰীয় চৰকাৰে কৃষি আৰু কৃষকৰ প্ৰতি লক্ষ্য ৰাখি বহুতো প্ৰণয়ন কৰিছে- পি এম কিষাণ যোজনা, প্ৰধানমন্ত্ৰী কিষাণ মানধন আঁচনি, কিষাণ ক্ৰেডিট কাৰ্ড আদি। এই আঁচনিসমূহৰ যোগদান কৰি দেশৰ কৃষক লাভান্বিত হৈছে৷ তদুপৰি শেহতীয়াকৈ কিন্তু অন্নদাতা কৃষকসকলে তেওঁলোকৰ জমা ধনৰ ওপৰত উৎকৃষ্ট সুতৰ সুবিধা প্ৰদানৰ বাবে এখন আঁচনি গ্ৰহণ কৰিছে। আঁচনিখনৰ নাম “কিষাণ বিকাশ পাত্ৰ যোজনা”। ডাকঘৰৰ জৰিয়তে কৃষকসকলে এই আঁচনিৰ সুবিধা ল’ব পাৰিব।

কিষাণ বিকাশ পাত্ৰ আঁচনি কি?

কৃষকসকলৰ অৰ্থনৈতিক লাভৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি অনা হৈছে। ডাকঘৰৰ সৰু সৰু সঞ্চয় আঁচনিসমূহৰ ভিতৰত এইখন অন্যতম। এই আঁচনিৰ অধীনত কৃষকে নিজৰ সঞ্চিত ধন জমা কৰি তাৰ ওপৰত ভাল সুত আদায় কৰিব পাৰিব। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বিনিয়োগৰ এটা সময় পিছত টকা দুগুণ হয়। এই আঁচনিখনত কৃষকজনে নূন্যতম ১ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকা জমা কৰিব পাৰিব। ইয়াতকৈ অধিক টকা জমা কৰিবৰ বাবে পান কাৰ্ড বাধ্যতামূলক। অৰ্থাৎ যদি আপুনি পেন কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে আপুনিও ৫০ হাজাৰতকৈ অধিক ধন জমা কৰিব পাৰে।

লগতে পঢ়ক- 

সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ

আঁচনিখনত কিমান সুত উপাৰ্জন কৰা হয়?

ডাকঘৰৰ "কিষাণ বিকাশ পত্ৰ" আঁচনিৰ অধীনত ধন জমা কৰিলে ডাকঘৰৰ পৰা ৬.৯% সুত লাভ কৰিব। এই সুত বছৰি কম্পাউণ্ডিং ভিত্তিত দিয়া হয়। এইদৰে এই আঁচনিত জমা কৰা ধনৰাশি ১০ বছৰ ৪ মাহৰ ভিতৰত দুগুণ হয়।

কিষাণ বিকাশ পত্ৰ আঁচনিৰ অধীনত একাউণ্ট খুলিব পৰা বয়স-

ডাকঘৰৰ কিষাণ বিকাশ পাত্ৰ আঁচনিত ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ একাউণ্ট খুলিব পাৰিব। যদিও নাবালকসকলেও এই আঁচনিৰ অধীনত একাউণ্ট খুলিব পাৰে, কিন্তু এই একাউণ্টটো অভিভাৱকে খুলিব পাৰে।

এই ডাকঘৰৰ আঁচনি অন্নদাতা কৃষকৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ দিশত এক চৰকাৰৰ এক পদক্ষেপ বুলি বিবেচিত হৈছে।

লগতে পঢ়ক- 

কৃষকসকল কিয় সদায় উপেক্ষিত!

English Summary: Post Office Scheme For Farmers
Published on: 21 October 2022, 05:53 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now