Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 December, 2021 11:51 AM IST
kisan vikas patra scheme

কম বিনিয়োগৰ সৈতে অধিক লাভলাভৰ কথা চিন্তা কৰিছে নেকি আপুনি ? যদি কৰিছে তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ । আজি আমি আপোনাক এটা ডাকঘৰ আঁচনিৰ বিষয়ে অৱগত কৰিবলৈ গৈ আছোঁ য'ত আপুনি চৰকাৰী গেৰাণ্টিৰ সৈতে ধন বিনিয়োগ কৰিব পাৰে । আঁচনিখনৰ নাম হৈছে কিষাণ বিকাশ পত্ৰ আঁচনি ( Kisan Vikas Patra Scheme) ।

কিষাণ বিকাশ পত্ৰ আঁচনি কি ( What is Kisan Vikas Patra Scheme)

কিষাণ বিকাশ পাত্ৰ (KVP) হৈছে ভাৰত চৰকাৰৰ এক আঁচনি, যি সমগ্ৰ দেশৰ সকলো ডাকঘৰ আৰু মুখ্য বেংকত উপলব্ধ । যদি কোনোবাই এই আঁচনিত বিনিয়োগ কৰে, ম্যাদপুৰ্তিৰ সময়ত জমা দুগুণ কৰা হয় । উদাহৰণস্বৰূপে, যদি আপুনি ৫,০০০ টকা জমা কৰিছে, আপুনি পৰিপক্কতাৰ সময়ত ১০,০০০ টকা ঘূৰাই পাব।

কিষাণ পাত্ৰ আঁচনি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য

  • নিম্নতম বিনিয়োগৰ সীমা হৈছে ১০০০ টকা
  • কিষাণ বিকাশ পাত্ৰত (KVP) বিনিয়োগৰ কোনো উৰ্ধসীমা নাই
  • কেভিপিত বিনিয়োগৰ বাবে আধাৰ নম্বৰ বাধ্যতামূলক
  • বিনিয়োগ ৫০,০০০ টকা অতিক্ৰম কৰিলে পেন কাৰ্ডৰ প্ৰয়োজন হয়
  • যদি জমা ১০ লাখ টকা অতিক্ৰম কৰে, বিনিয়োগকাৰীসকলে দৰমহা স্লিপ, বেঙ্কৰ বিৱৰণ, আয়কৰ ৰিটাৰ্ণ আদিৰ দৰে উপাৰ্জনৰ প্ৰমাণ দাখিল কৰিব লাগিব

তিনি ধৰণে খুলিব পাৰি একাউণ্ট

  • প্ৰথম হৈছে একক ধাৰক প্ৰকাৰৰ প্ৰমাণপত্ৰ একাউণ্ট, এই একাউণ্টটো নাবালক শিশুৰ বাবে
  • দ্বিতীয় হৈছে যুটীয়া এ একাউণ্ট, য'ত দুজন প্ৰাপ্তবয়স্কক যুটীয়াভাৱে
  • তৃতীয় যুটীয়া বি একাউণ্ট য'ত দুজন প্ৰাপ্তবয়স্কক যুটীয়াভাৱে

লগতে পঢ়কঃ অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ আঁচনি ২০২১, দ্বিতীয় পৰ্য়ায়ৰ বাবে কোনকেইখন জিলা

English Summary: kisan vikas patra scheme
Published on: 18 December 2021, 11:51 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now