Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 July, 2021 3:34 PM IST
Oil India Recruitment, 2021

অইল ইণ্ডিয়া লিমিটেডে (Oil India Limited) চমুকৈ IOLয়ে শেহতীয়াকৈ নিযুক্তি সম্পৰ্কে এক জাননী জাৰি কৰিছে। বিশদ বিৱৰণ তলত আলোচনা কৰা হৈছে,

পদৰ নাম (Post): কনিষ্ঠ সহায়ক (Junior Assistant) 

খালী পদ (Vacancy): ১২০ 

আৱেদন দাখিল কৰাৰ অন্তিম তাৰিখ (Last Date For Application): যোগ্য আৰু অৰ্হতাসম্পন্ন প্রার্থীয়ে অনলাইন আৱেদন 1 জুলাই, 2021ৰ পৰা 15 আগষ্টৰ ভিতৰত কৰিব পাৰে।

শিক্ষাগত অৰ্হতা (Educational Qualifications):

1) দ্বাদশ শ্ৰেণী যিকোনো চৰকাৰী স্বীকৃত বোৰ্ডৰ (govt. recognised board) পৰা উত্তীৰ্ণ হ'ব লাগে। এই ক্ষেত্ৰত ৪০ শতাংশ নম্বৰ থকাটো বাধ্যতামূলক।

2) বিশ্ববিদ্যালয় অনুদান আয়োগে (University Grants Commission) স্বীকৃত কলেজ/প্ৰতিষ্ঠানবোৰৰ পৰা 40% নম্বৰৰ সৈতে উত্তীৰ্ণ হ'ব লাগিব।

3) কম্পিউটাৰ এপ্লিকেচন (Computer Application)ৰ সৈতে নিম্নতম 6 মাহৰ ডিপ্লোমা বা প্ৰমাণপত্ৰ থাকিব লাগিব।

4) MS Word, MS Excel, MS Powerpoint-ত ভালদৰে কাম কৰিব পাৰিব লাগিব।

বয়স (Age):

অসংৰক্ষিত প্ৰাৰ্থীৰ বয়স 18-30 বছৰ হ'ব। অৱশ্যে অনুসূচীত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বয়স 18-35 বছৰলৈ ৰেহাই দিয়া হৈছে৷ আনহাতে অ'বিচি (OBC) প্ৰাৰ্থীৰ বয়স 18-33 বছৰ।

আৰু পঢ়ক- দেশজুৰি 'শস্য বীমা সপ্তাহ'ৰ উদযাপন; কৃষকসকলে লোকচানৰ পৰা ৰক্ষা পোৱাৰ শেষ উপায় শস্য বীমা

আবেদন মাচুল (Application Fees):

অসংৰক্ষিত আৰু অ'বিচি প্ৰাৰ্থীসকলে ২০০ টকা পৰিশোধ কৰিব লাগিব। আনহাতে অনুসূচীত জাতি/জনজাতি/ EWS/প্ৰাক্তন সৈনিকসকলক মাচুলৰ বাবে প্ৰয়োজন নহ'ব।

অনলাইন আবেদন পদ্ধতি (How to apply):

1. অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবছাইটত খোলক- https://www.oil-india.com/

2. কনিষ্ঠ সহায়ক পদত উল্লেখ কৰা লিংকত ক্লিক কৰক।

3. খোলা নতুন পৃষ্ঠাত প্ৰয়োজনীয় তথ্যৰ সৈতে পঞ্জীয়ন কৰিব লাগে।

4. মেইল আৰু ম'বাইললৈ অহা অ'টিপি দাখিল কৰক।

5. এপ্লিকেচনটো পূৰণ কৰক আৰু প্ৰয়োজনীয় ডকুমেণ্টৰ এটা স্কেন কৰা প্ৰতিলিপি আপলোড কৰক।

6. ইয়াৰ পিছত আৱেদন মাচুল পৰিশোধ কৰিব লাগিব।

7. ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে আবেদন পত্ৰৰ এটা প্ৰিণ্ট আউট ৰাখিব।

অফিচিয়েল অধিসূচনা (Official Advertisement Link):

যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে অধিসূচনাৰ বিষয়ে বিতং তথ্য জানিব বিচাৰিলে অইল ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবছাইট https://www.oil-india.com/ দর্শন কৰিবলৈ পৰামৰ্শ দিয়া হল।

আৰু পঢ়ক- গাহৰি পালকৰ বাবে সুখৱৰ! মুকলিৰ বাবে সাজু উত্তৰ-পূৱৰ সর্ববৃহৎ পিগ শ্লটাৰ হাউছ। বিক্রী কৰা হব দৈনিক 4000 KG গাহৰি মাংস
English Summary: Oil India Limited Recruitment 2021 120 junior assistant post
Published on: 04 July 2021, 11:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now