Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 December, 2021 5:26 PM IST
ICAR University Rank List 2020

ভাৰতৰ জিডিপিৰ এক মুখ্য অংশ কৃষি আৰু আনুষঙ্গিক কাৰ্যকলাপৰ পৰা আহে । সেয়েহে, কৃষিক্ষেত্ৰত যথেষ্ট কেৰিয়াৰৰ সুযোগ আছে । কেবল মাত্ৰ স্নাতক (B Sc. Agriculture) হোৱাৰ পিছতেই কেৰিয়াৰৰ বাবে যথেষ্ট সুবিধা পোৱা যায় ।

শিক্ষাৰ্থীসকলে প্ৰায়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সঠিক মহাবিদ্যালয় বাছনি কৰাৰ দ্বিধাৰ সন্মুখীন হয় । কৃষি শিক্ষা দিৱস উপলক্ষে আইচিএআৰৰ শিক্ষা বিভাগে কৃষি মহাবিদ্যালয়ৰ ৰেংকিং মুকলি কৰিছে । ভাৰতত বিভিন্ন কৃষি পাঠ্যক্ৰম আগবঢ়োৱা বহুতো বেলেগ বেলেগ মহাবিদ্যালয় আছে ।

ICAR স্থানপ্ৰাপ্ত শীৰ্ষ মহাবিদ্যালয়সমূহত কেনেদৰে নামভৰ্তি কৰিব পাৰি:

সকলো ICAR  মহাবিদ্যালয়ে সংশ্লিষ্ট পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে AIEEA (UG/PG/PhD) নম্বৰ গ্ৰহণ কৰে । এইটো কৃষি আৰু সহযোগী বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী কাৰ্যসূচীৰ বাবে এক সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা । সকলো ৰাজ্য আৰু পৰীক্ষা পৰিষদৰ প্ৰাৰ্থীসকলে সমগ্ৰ ভাৰতত অৱস্থিত কৃষি বিশ্ববিদ্যালয়সমূহত UG/PG পাঠ্যক্ৰমত উচ্চ অধ্যয়নৰ বাবে ICAR  মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে AIEEA ত অৱতীৰ্ণ হ’ব পাৰে । অৱশ্যে, পশু চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সুকীয়াকৈ পৰীক্ষা অনুষ্টিত কৰা হয় ।

কৃষি মহাবিদ্যালয়সমূহৰ ICAR ৰেংকিং- 2020

  1. আইচিএআৰ- ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান – কৰ্ণাল
  2. আইচিএআৰ – ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, নতুন দিল্লী
  3. . আই.চি.এ.আৰ. – ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান, ইজাতনগৰ
  4. . জি.বি. পন্ত কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, পন্তনগৰ
  5. পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়, লুধিয়ানা
  6. কৃষি বিজ্ঞান বিশ্ববিদ্যালয়, বাংগালোৰ
  7. আইচিএআৰ- কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠান, মুম্বাই
  8. তামিলনাডু কৃষি বিশ্ববিদ্যালয়, কইম্বাটুৰ
  9. চৌধুৰী চৰণ সিং, হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়
  10. শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, কাশ্মীৰ
  11. আচাৰ্য এনজি ৰাংগা কৃষি বিশ্ববিদ্যালয়, গুন্টুৰ
  12. তামিলনাডু পশু চিকিৎসা আৰু পশু বিজ্ঞান বিশ্ববিদ্যালয়, চেন্নাই
  13. কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, ইম্ফল
  14. চি. চাৰৱান কুমাৰ কৃষি বিশ্ববিদ্যালয়, পালমপুৰ
  15. মহাৰাণা প্ৰতাপ কৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, উদয়পুৰ
  16. ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়, ৰায়পুৰ
  17. কৃষি বিজ্ঞান বিশ্ববিদ্যালয়, ধাৰৱাড
  18. গুৰুঅঙ্গদ দেৱ পশু চিকিৎসা পশু বিজ্ঞান বিশ্ববিদ্যালয়, লুধিয়ানা
  19. উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, ভুৱনেশ্বৰ
  20. আনন্দ কৃষি বিশ্ববিদ্যালয়, আনন্দ

লগতে পঢ়কঃhttps://asomiya.krishijagran.com/news/clean-and-fresh-delhi-ina-market/

English Summary: ICAR Top Ranking Universities-2020
Published on: 10 December 2021, 05:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now