Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 January, 2021 4:11 PM IST
HS Result 2019

উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হয়। ঘোষিত ফলাফলত প্ৰথম ১০টা স্থানৰ শীৰ্ষ স্থান দখল কৰে দৰঙৰ ব্ৰিলিয়ান্ট একাডেমী জুনিয়ৰ মহাবিদ্যালয়ৰ খুছবু ফিৰডছে। তেওঁ মুঠ ৪৭৮ নম্বৰ লাভ কৰিছে। কলা শাখাত শীৰ্ষ ১০ স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে-

প্ৰথম স্থানঃ মুঠ নম্বৰ ৪৭৮

খুছবু ফিৰডছ, ব্ৰিলিয়ান্ট একাডেমী জুনিয়ৰ কলেজ, দৰং

দ্বিতীয় স্থানঃ মুঠ নম্বৰ ৪৭৫

কৌশিক কচাৰী, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট

গীতাঞ্জলি বৰঠাকুৰ, কনছেপ্ট জুনিয়ৰ কলেজ, নগাঁও

মুঠ নম্বৰ ৪৭৫

তৃতীয় স্থানঃ

কন্যাশ্ৰী ভাগৱতী, কনছেপ্ট একাডেমী, যোৰহাট

মুঠ নম্বৰ ৪৭৪

চতুৰ্থ স্থানঃ

জুপিতৰা শৰ্মা, ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং

মুঠ নম্বৰ ৪৭২

ঞ্চম স্থানঃ

জগমোহন কলিতা, কৃষ্ণগুৰু মহাবিদ্যালয়, বৰপেটা

মুঠ নম্বৰ ৪৭০

শ্ৰুতি সোণোৱাল, আৰ ডি জুনিয়ৰ কলেজ, তিনিচুকীয়া

মুঠ নম্বৰ ৪৭০

ষষ্ঠ স্থানঃ

শতাব্দী শইকীয়া, ক্ৰেছেন্ট একাডেমী, যোৰহাট

মুঠ নম্বৰ ৪৬৯

সপ্তম স্থানঃ

ছামিন ছুলতানা, ক্ৰেছেন্ট একাডেমী, যোৰহাট

মুঠ নম্বৰ ৪৬৮

অষ্টম স্থানঃ

শ্ৰুতিস্মিতা বৈশিষ্ট, ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং

মুঠ নম্বৰ ৪৬৭

নৱম স্থানঃ

দীপাংকৰ দাস, ব্ৰিলিয়ান্ট একাডেমী, দৰং

মুঠ নম্বৰ ৪৬৬

মানিক ৰয়,বিদ্যাপাৰা বইছ হাইছেকেণ্ডাৰী স্কুল, ধুবুৰী

মুঠ নম্বৰ ৪৬৬

মনিশা বৰা, ফৰকাটিং কলেজ, গোলাঘাট

মুঠ নম্বৰ ৪৬৬

অংশুমান গগৈ, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট

মুঠ নম্বৰ ৪৬৬

মানসী দাস, বেজেৰা আঞ্চলিক কলেজ, কামৰূপ

মুঠ নম্বৰ ৪৬৬

দশম স্থানঃ

কৃপাময় দাস, কৃষ্ণগুৰু মহাবিদ্যালয়, বৰপেটা

মুঠ নম্বৰ ৪৬৪

গুঞ্জন দাস, অসম জাতীয় বিদ্যালয়, গুৱাহাটী

মুঠ নম্বৰ ৪৬৪

শিবানী নাথ, জিনিয়াছ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ

মুঠ নম্বৰ ৪৬৪

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত প্ৰথম স্থানেৰে উজ্বলিল দৰং মহাবিদ্যালয়কোনে কোনে পাল প্ৰথম ১০টা স্থান

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত চূড়ান্ত বৰ্ষৰ ফলাফলত প্ৰথম স্থান লাভ কৰে দৰং মহাবিদ্যালয়ৰ শয়ন মজুমদাৰ আৰু ৰামানুজন জুনিয়ৰ কলেজ, নগাঁৱৰ বিতোপন আৰন্ধৰাই। দুয়োৱে মুঠ ৪৭৮ নম্বৰ লাভেৰে শীৰ্ষ স্থান দখল কৰে। এইবাৰ বিজ্ঞান শাখাত প্ৰথম ১০টা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত লক্ষণীয়ভাৱে নাই কটনৰ এজনো পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত প্ৰথম ১০টা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী ক্ৰমে-

প্ৰথম স্থানঃ

শয়ন মজুমদাৰ, দৰং কলেজ

মুঠ নম্বৰ-৪৭৮

বিতোপন আৰন্ধৰা, ৰামানুজন জুনিয়ৰ কলেজ

মুঠ নম্বৰ-৪৭৮

দ্বিতীয় স্থানঃ

ডেইজী পাঠক, শিলচৰ চৰকাৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়

মুঠ নম্বৰ-৪৭৭

 

দিশান্ত শইকীয়া , তেজপুৰ বেংগলী বইছ এইচ এছ স্কুল

মুঠ নম্বৰঃ ৪৭৭

তৃতীয় স্থানঃ

হৃদীপ প্ৰিয়ম শৰ্মা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

মুঠ নম্বৰ ৪৭৬

চতুৰ্থ স্থানঃ

দিপ্তদ্বীপ ভট্টাচাৰ্য, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়

মুঠ নম্বৰ ৪৭৫

হীৰক জ্যোতি হাজৰিকা, মেট্ৰিকছ জুনিয়ৰ কলেজ, নগাঁও

মুঠ নম্বৰ ৪৭৫

পঞ্চম স্থানঃ

পাৰ্থ প্ৰতীম চহৰীয়া, দেওমৰণৈ এইচ এছ স্কুল, দৰং

মুঠ নম্বৰ ৪৭৩

অয়ন কৌশিক মহন্ত, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

মুঠ নম্বৰ ৪৭৩

 

বিশাল বৰুৱা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

মুঠ নম্বৰ ৪৭৩

ষষ্ঠ স্থানঃ

অভিলেখ ঠাকুৰীয়া, আনন্দ ৰাম বৰুৱা একাডেমী, বৰপেটা

মুঠ নম্বৰ ৪৭২

নম্ৰতা নাথ, বঙাইগাঁও ৰিফাইনেৰী এইচ এছ স্কুল, চিৰাং

মুঠ নম্বৰ ৪৭২

তনয়ী হাজৰিকা, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়

মুঠ নম্বৰ ৪৭২

 

ইমদাদুল হুছেইন, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট

মুঠ নম্বৰ ৪৭২

সপ্তদ্বীপ শ্বাহা, ছাই বিকাশ জুনিয়ৰ কলেজ, কামৰূপ মহানগৰ

মুঠ নম্বৰ ৪৭২

 

শুভ্ৰজ্যোতি পাল, দৰং কলেজ, শোণিতপুৰ

মুঠ নম্বৰ ৪৭২

সপ্তম স্থানঃ

ৰিধিমান শৰ্মা, প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজ, যোৰহাট

মুঠ নম্বৰ ৪৭১

অষ্টম স্থানঃ

সুকন্যা ফুকন, প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজ, যোৰহাট

মুঠ নম্বৰ ৪৭০

জীৱনজ্যোতি কলিতা, ছাই বিকাশ জুনিয়ৰ কলেজ, কামৰূপ মেট্ৰ

মুঠ নম্বৰ ৪৭০

 

সুভাশীষ দে’, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

মুঠ নম্বৰ ৪৭০

নৱম স্থানঃ

অভিজ্ঞান ডিবাঢ়ৈ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

মুঠ নম্বৰ ৪৬৯

শম স্থানঃ

নিশীতা পাঠক, বঙাইগাঁও এইচ এছ স্কুল, বঙাইগাঁও

মুঠ নম্বৰ ৪৬৮

তিতিক্ষা নাথ, ছল্ট ব্ৰুক একাডেমী ডিব্ৰুগড়

মুঠ মম্বৰ ৪৬৮

পুষ্প গুপ্তা, কনছেপ্ট জুনিয়ৰ কলেজ, নগাঁও

মুঠ নম্বৰ ৪৬৮

কৌস্তভ কিশোৰ কলিতা, ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

মুঠ নম্বৰ ৪৬৮

মধুস্মিতা বৰ্মন, চামতা এইছ এচ স্কুল, নলবাৰী

মুঠ নম্বৰ ৪৬৮

English Summary: HS Result, 2019 : First ten positions of Science and Arts Stream
Published on: 28 May 2019, 05:47 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now