Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 June, 2021 11:55 AM IST
Assam Agricultural University jorhat recruitment for the post of Project Coordinator and Senior Research Fello

   অসম কৃষি বিশ্ববিদ্যালয়ে যোৰহাটত Project Coordinator, Project Assistant, Technical Assistant, Senior Research Fello চাকৰিৰ নিযুক্তিৰ বাবে শেহতীয়া চাকৰিৰ জাননী ঘোষণা কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন কৰিব পাৰে। অসম কৃষি বিশ্ববিদ্যাল (AAU) যোৰহাট, চাকৰিৰ খালী পদ ২০২১ ৰ বিষয়ে অধিক বিৱৰণৰ বাবে তলত পঢ়ক-

পদৰ নাম-

1. প্ৰকল্প সমন্বয়ক (Project Coordinator)

 পদৰ সংখ্যা: 1

অত্যাৱশ্যকীয় অৰ্হতা: দুবছৰৰ গৱেষণাৰ সৈতে কৃষি/জৈৱ প্ৰযুক্তি/ আণৱিক জীৱবিজ্ঞান/জীৱন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী থকাটো বাধ্যতামূলক।

অগ্রাধিকাৰ: পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা আৰু লগতে এনে অনুশাসনৰ প্ৰতি আধাৰিত সম্বন্ধিয় কাৰ্যকলাপ থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব।

পাৰিতোষিক: 55,000/- টকা 

আৰু পঢ়ক- দেহৰ ছাল ভালে থাকিবলৈ কি ১০ বিধ খাদ্য নাখাব

2. প্ৰকল্প সহায়ক (Project Assistant)

পদৰ সংখ্যা: 1

অত্যাৱশ্যকীয় অৰ্হতা: বিজ্ঞান শাখাত স্নাতক থকাটো বাধ্যতামূলক ৷

অগ্রাধিকাৰ: মাইক্ৰ'বায়োলজী পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব।

পাৰিতোষিক: 22,000/- টকা 

3. জ্যেষ্ঠ গৱেষণা ফেলো (Senior Research Fello)

অত্যাৱশ্যকীয় অৰ্হতা: দুবছৰৰ গৱেষণাৰ অভিজ্ঞতাৰ সৈতে জৈৱ প্ৰযুক্তি/উদ্ভিদ প্ৰজনন আৰু আনুবংশিক/ জৈৱ ৰসায়ন/ আণৱিক জীৱবিজ্ঞান / জীৱন বিজ্ঞানত M.Sc থকাটো বাধ্যতামূলক।

অগ্রাধিকাৰ: পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা থকা প্রার্থীক অগ্ৰাধিকাৰ দিয়া হ'ব।

পাৰিতোষিক: 35,000/- টকা 

4. কাৰিকৰী সহায়ক (Technical Assistant)

অত্যাৱশ্যকীয় অৰ্হতা: বিজ্ঞান শাখাত স্নাতক থকাটো বাধ্যতামূলক ৷

অগ্রাধিকাৰ: মাইক্ৰ'বায়োলজী পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হ'ব।

পাৰিতোষিক: 20,000/- টকা 

AAUৰ নিযুক্তিৰ বাছনি প্ৰক্ৰিয়া:

   অনলাইন সাক্ষাৎকাৰ 15.06.2021, 2021 তাৰিখে ৰাতিপুৱা 10:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। সাক্ষাৎকাৰৰ লিংক ১৩.০৬.২০২১ তাৰিখে প্ৰেৰণ কৰা হ'ব। প্ৰাৰ্থী বাছনি কৰাৰ ক্ষেত্ৰত, সকলো নথিপত্রৰ original copy আৰু attested প্ৰতিলিপি দাখিল কৰিব লাগিব।

আৰু পঢ়ক- আপুনি প্রয়োজনতকৈ অধিক শকত নেকি? এসপ্তাহৰ ভিতৰতে আপোনাৰ অলাগতিয়াল চর্বি আৰু ওজন কমাওক; জানক কেনেকৈ

AAUৰ যোৰহাট নিযুক্তি 2021-ৰ বাবে কেনেদৰে আবেদন কৰিব:

প্ৰাৰ্থীসকলে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে তেওঁলোকৰ BioData মুখ্য অনুসন্ধানকাৰী ড০ মধুমিতা বৰাৰ ওচৰত দাখিল কৰিব লাগিব। E-mail:

 (madhumita.barooah@aau.ac.in) 

আবেদন পঠোৱাৰ শেষ তাৰিখ-10.06.2021

Advertisement Details: 

Click here for project coordinator and assistant

Click here for Senior Research Fello and Technical Assistant

 

English Summary: Assam Agriculture University jorhat recruitment 2021 for the post project coordinator and assistant
Published on: 01 June 2021, 11:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now