Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 19 January, 2021 10:39 AM IST
Assam Agricultural University

অসম কৃষি বিশ্ববিদ্যালয়(যোৰহাট)য়ে এক বিজ্ঞাপনৰ যোগেৰে চাকৰি প্রত্যাশী প্রার্থীৰ আবেদন বিচাৰিছে ৷ ইচ্ছুক ব্যক্তিয়ে অফিছিয়েল ৱেবছাইতত গৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব।

আৱেদনৰ শেষ তাৰিখ - 13-02-2O21

পদৰ বিৱৰণ -

1. ডীন (মীন বিভাগ)

পদৰ সংখ্যা - 01

স্থান-AAU, ৰহা, নগাঁও

শিক্ষাগত অৰ্হতা -

i. প্রার্থীৰ মৎস বিজ্ঞানত স্নাতক ডিগ্রী থকাটো বাধ্যতামূলক

ii. প্রার্থীয়ে ভাৰতৰ বা বিদেশী যিকোনো বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্রীত অতি কমেও 55% শতাংশ নম্বৰ লাভ কৰিব লাগিব বা 7 নম্বৰ CGPA লাভ কৰা হব লাগিব মৎস বিভাগত ৷

অভিজ্ঞতা- প্রার্থীৰ 3বছৰৰ অভিজ্ঞতা থকাটো বিশ্ববিদ্যালয় কতৃপক্ষই বিচাৰিছে

দৰমহা - Rs. 144200-218200 স্কেলত লাভ কৰিব।

বয়স- নূন্যতম কোনো সীমা নাই, উৰ্ধতম 63 বছৰ

 

2. বিজ্ঞানী

পদৰ সংখ্যা -06

স্থান- তিতাবৰ, কৰিমগঞ্জ, তিনিচুকীয়া, বর্ণি হাট, বর্ণিহাট

 

শিক্ষাগত অৰ্হতা -

i. প্রার্থীৰ প্রাণী বিজ্ঞান বা কৃষিত স্নাতক ডিগ্রী থকাটো বাধ্যতামূলক

ii. প্রার্থীয়ে ভাৰতৰ বা বিদেশী যিকোনো বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্রীত অতি কমেও 55% শতাংশ নম্বৰ লাভ কৰিব লাগিব বা 7 নম্বৰ CGPA লাভ কৰা হব লাগিব প্রাণী বিজ্ঞান বা কৃষি বিভাগত ৷

দৰমহা - Rs.144200-218200 স্কেলত লাভ কৰিব।

বয়স- নূন্যতম কোনো সীমা নাই, উৰ্ধতম 63 বছৰ

 

কেনেদৰে আবেদন কৰিব

  • প্রার্থী / আবেদনকাৰী সকলে নির্দিষ্ট তথ্য সম্বলিত আৱেদনৰ সৈতে 13/02/2021 আগত দাখিল কৰিব লাগিব। উক্ত তাৰিখৰ পিছত কোনো ধৰণৰ আবেদন গ্রহণ কৰা নহয়।
  • প্রার্থীসকলে আবেদন মাচুল ভাৰতীয় ষ্টেট বেংকৰ যোৰহাট শাখাৰ উলিয়াব পৰাকৈ পৰিশোধ কৰিব লাগিব। অসম কৃষি বিশ্ববিদ্যালয়, একাউন্ট নম্বৰ-33019714091 ৷ মনত ৰাখিব মাচুল জমা কৰা প্রমাণ হিচাপে বেংকে দিয়া ৰছিদ এখন আবেদনৰ সৈতে গাঁথি দিব লাগিব। SC/ST ৰ প্রার্থীসকলে কোনো ধৰণৰ মাচুল পৰিশোধ কৰিব নালাগে।
  • কেৱল 6.00 টকাৰ ডাক ষ্টাম্প সংলগ্ন কৰা স্ব-ঠিকনা আৰু আৱেদন কৰা পদৰ নাম লিখি (23ছেমি x 10 ছেমি) আকাৰৰ বন্ধ চিঠিখামত তলত দিয়া ঠিকনাত পঠাই দিব লাগিব। ঠিকনা - পঞ্জীয়ক, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট ৷

 

 

 

 

 

 

 

 

English Summary: assam agricultural University invited applications for various types of post from the candidates
Published on: 19 January 2021, 10:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now